৮ জুন

১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০  

৮ জুন (ইংৰাজী: 8 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৫৯তম (অধিবৰ্ষত ১৬০তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২০৬টা দিন বাকী থাকে।

ঘটনাৱলী

  • ১৯৩৬ - ইণ্ডিয়ান ব্ৰডকাষ্টিং ছাৰ্ভিচৰ নাম সলনি কৰি অল ইণ্ডিয়া ৰেডিঅ’ কৰা হয়।
  • ১৯৪৮ - ভাৰত আৰু ইংলেণ্ড যুক্তৰাষ্ট্ৰৰ মাজত আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা মুকলি হয়। এয়াই আছিল ভাৰতৰ প্ৰথম আন্তৰাষ্ট্ৰীয় বিমান সেৱা। উল্লেখযোগ্য যে, আৰম্ভণিত এই বিমান কাইৰো আৰু জেনেভা হৈ সপ্তাহত এদিনৰ বাবে চলিছিল।
  • ১৯৫৭ - দেৱকান্ত বৰুৱাদেৱে অসম বিধানসভাৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰিছিল।
  • ১৯৭৫ - ৰুছ মহাকাশযান ‘‘ভেনেৰা—৯’’ই শুক্ৰ গ্ৰহ অভিমুখে ঢাপলি মেলিছিল।
  • ১৯৯০ - দক্ষিণ আফ্ৰিকাত চাৰিবছৰ ধৰি চলা জৰুৰী অৱস্থাৰ আংশিকভাৱে প্ৰত্যাহাৰ কৰা হৈছিল।
  • ২০২৪ - ৰামোজী ৰাও, ভাৰতীয় ব্যৱসায়ী, চলচ্চিত্ৰ প্ৰযোজক। ৰামোজী ফিল্ম চিটিৰ প্ৰতিষ্ঠাপক।

জন্ম

মৃত্যু

  • ৬৩২ - মুহাম্মাদ, ইছলাম ধৰ্মৰ সৰ্ৱশেষ নবী।
  • ১৯৬৯ - ৰবাৰ্ট টেইলৰ, আমেৰিকান অভিনেতা।
  • ২০১০ - গৌৰীশংকৰ কলিতা, ছেণ্টিনেল, দি নৰ্থ-ইষ্ট টাইমছ, জনসাধাৰণ, এন ই টিভিলৈকে ছপা আৰু বৈদ্যুতিক উভয় মাধ্যমত সাংবাদিকতাৰ গুৰু দায়িত্ব পালন কৰিছিল।
  • ২০১৯ - কিৰণ কুমাৰ গগৈ, ভাৰতীয় ৰাজনীতিক।
  • ২০২০ - পদ্ম কৈৰী, ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা, ৰাজনৈতিক নেতা, সমাজকৰ্মী, অভিনেতা তথা কণ্ঠশিল্পী।

দিৱস

তথ্য সংগ্ৰহ