২৩ জানুৱাৰী হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৩তম দিন। বছৰ শেষ হ'বলৈ ৩৪২ দিন (অধিবৰ্ষত ৩৪৩ দিন) বাকী থাকে।
উল্লেখযোগ্য ঘটনা
- ১৫৫৬ - চীনৰ ইতিহাসৰ আটাইতকৈ ভয়ানক ভূমিকম্পটোত প্ৰায় ৮,৩০,০০০ লোকৰ মৃত্যু হয়।
- ১৫৭১ - লণ্ডনত ব্যৱসায়িক ভৱন ৰয়েল এক্সেইঞ্জ মুকলি কৰা হয়।
- ১৯৫০ - জেৰুজালেমক ইজৰাইলৰ ৰাজধানী হিচাপে ঘোষণা কৰা হয়।
- ১৯৬৮ - উত্তৰ কোৰিয়াৰ সাগৰীয় সীমান্ত অতিক্ৰম কৰাৰ অপৰাধত আমেৰিকাৰ জাহাজ "USS Puwelbo"ক জব্দ কৰি ৰাখে।
- ১৯৯৭ - আমেৰিকাৰ প্ৰথমগৰাকী মহিলা হিচাপে "মেডলিন অলব্ৰাইট" Secretary of State নিযুক্ত হয়।
- ২০০৯ - ভাৰতীয় চলচ্চিত্ৰ আৰু দুৰদৰ্শনৰ ওপৰত আৰোপিত "ধুম্ৰপান প্ৰদৰ্শন"ৰ বাধা আঁতৰাই দিয়া হয়।
জন্ম
মৃত্যু
- ১৯৬৮ - ৰূপনাথ ব্ৰহ্ম, ভাৰতীয় কবি, ৰাজনীতিবিদ তথা ধৰ্মীয় পণ্ডিত।
- ১৯৭৫ - অমিয় কুমাৰ দাস, ভাৰতীয় সমাজ সংস্কাৰক, গান্ধীবাদী নেতা, শিক্ষাবিদ, লেখক আৰু অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী।
- ১৯৭৬ - পল ৰ'বচন, আমেৰিকাৰ চিভিল ৰাইটছ্ আন্দোলনৰ লগত জড়িত এগৰাকী আফ্ৰিকান-আমেৰিকান গায়ক আৰু অভিনেতা।
- ১৯৮৯ - চালভাড' ডালি, স্পেনীয় কাটালান চিত্ৰশিল্পী।
- ২০১৭ - বাণীকণা ঘোষাল, গোৱালপৰীয়া লোকগীত তথা অসমৰ লোক-সংগীত জগতৰ এগৰাকী কণ্ঠশিল্পী।
দিৱস