২২ মে'

১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯ ৩০ ৩১

২২ মে' (ইংৰাজী: 22 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৪২তম (অধিবৰ্ষত ১৪৩তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২২৩টা দিন বাকী থাকে।

উল্লেখযোগ্য ঘটনাৱলী

  • ১৭৬২ – ছুইডেন আৰু প্ৰুছিয়াই হামবাৰ্গ চুক্তিত সাক্ষৰ কৰে।
  • ১৮৪৯ – আমেৰিকাৰ ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনে (আব্ৰাহাম লিংকন) “লাইফ ব’ট”ৰ পেটেণ্ট লাভ কৰে। যিকোনো আৱিষ্কাৰৰ পেটংণ্ট লাভ কৰা তেঁৱেই একমাত্ৰ আমেৰিকান ৰাষ্ট্ৰপতি।
  • ১৯০৬ – ৰাইট ভাতৃদ্বয়ে “উৰন্ত সৰঞ্জাৰ (Flying-Machine)”ৰ পেটেণ্ট লাভ কৰে।
  • ১৯৯০ – উত্তৰ আৰু দক্ষিণ উনান সংযুক্ত হৈ নতুন য়ুনান গণতন্ত্ৰৰ প্ৰতিষ্ঠা কৰে।
  • ২০০০ – শ্ৰীলংকাত জাফানা অধিকাৰ কৰা প্ৰায় ১৫০ জনতকৈ অধিক সন্ত্ৰাসবাদী হত্যা কৰা হয়।

জন্ম

মৃত্যু

দিৱস