৬ মাৰ্চ

১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০ ৩১  

৬ মাৰ্চ (ইংৰাজী: 6 March) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৬৪তম (অধিবৰ্ষত ৬৫তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩০১টা দিন বাকী থাকে।

ঘটনাৱলী

জন্ম

  • ১৪৭৫ - মাইকেলেঞ্জেল', ইটালীয় নৱজাগৰণৰ এজন ভাস্কৰ্যবিদ, চিত্ৰকৰ, স্থপতিবিদ, কবি আৰু অভিযন্তা।
  • ১৫০৮ - সম্ৰাট হুমায়ুন, দ্বিতীয় মোগল সম্ৰাট। (মৃ.১৫৫৬)
  • ১৮০৬ - এলিজাবেথ বেৰেট ব্ৰাউনিং, ইংৰাজ কবি। (মৃ.১৮৬১)
  • ১৯২৭ - গাৰ্চিয়া মাৰ্কেছ, কলম্বিয়ান ঔপন্যাসিক, চুটিগল্প লিখক, পটকথা লিখক তথা সংবাদসেৱী।
  • ১৯৮০ - ৰূপম ভূঞা, অসমীয়া কণ্ঠশিল্পী, সুৰকাৰ আৰু সংগীত পৰিচালক।

মৃত্যু

  • ২০১৫ - ৰাম সুন্দৰ দাস, ভাৰতীয় আইনজ্ঞ আৰু ৰাজনীতিবিদ।
  • ২০১৭ - ৰবাৰ্ট অছবৰ্ণ, আমেৰিকান অভিনেতা।
  • ২০২১ - গ্ৰাহাম পিংক, ব্ৰিটিছ ধাত্ৰী।

দিৱস

তথ্য সংগ্ৰহ


বাহ্যিক সংযোগ