১৮ এপ্ৰিল (ইংৰাজী: 18 April) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১০৮তম (অধিবৰ্ষত ১০৯তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৫৭টা দিন বাকী থাকে।
ঘটনাৱলী
- ১৮৫৩ - এছিয়াত প্ৰথম ৰে'ল চলাচল আৰম্ভ হয়।
জন্ম
- ১৮৫৮ - ধন্দ কেশৱ কৰ্ৱে, ভাৰতীয় সমাজ সংস্কাৰক, অধ্যাপক আৰু লেখক।
- ১৯১৬ - ললিতা পাৱাৰ, ভাৰতীয় অভিনেত্ৰী।
- ১৯৪৯ - বেংগেট ৰবাৰ্ট হল্মষ্টৰ্ম, ফিনলেণ্ডৰ অৰ্থনীতিবিদ।
- ১৮৬০ - কালিচৰণ ব্ৰহ্ম, ভাৰতীয় সমাজ সংস্কাৰক।
- ১৯৬৪ - মাঞ্জাম্মা জগতী, ভাৰতীয় নৃত্যশিল্পী, কণ্ঠশিল্পী, থিয়েটাৰ অভিনেত্ৰী।
- ১৯৭৮ - প্ৰদ্যুৎ কুমাৰ ডেকা, অসমৰ চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ আৰু লেখক।
- ১৯৯২ - লোকেশ ৰাহুল (KL Rahul), ভাৰতীয় ক্ৰিকেটাৰ।
মৃত্যু
দিৱস
- বিশ্ব ঐতিহ্য দিৱস
- উদ্ভাৱন দিৱস (জাপান)
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ