২৫ জুন

১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০  

২৫ জুন (ইংৰাজী: 25 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৭৬তম (অধিবৰ্ষত ১৭৭তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৮৯টা দিন বাকী থাকে।

ঘটনাৱলী

  • ১৯৩২ - ভাৰত আৰু ইংলেণ্ডৰ মাজত সৰ্বপ্ৰথম টেষ্ট ক্ৰিকেট খেল আৰম্ভ হয়।
  • ১৯৭৫ - পৰ্তুগালৰ পৰা মোজাম্বিকে স্বাধীনতা লাভ কৰে।
  • ১৯৭৫ - ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলি আহমেদৰ দ্বাৰা ভাৰতত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল।
  • ১৯৭৮ - নেদাৰলেণ্ডখ (৩-১ গলত) পৰাজিত কৰি আৰ্জেণ্টিনাই বিশ্বকাপ ফুটবলত জয়ী হয়।
  • ১৯৯১ - ক্ৰোয়েছিয়া আৰু স্লোভেনিয়া যুগোস্লাভিয়াৰ পৰা বাহিৰ হৈ স্বাধীনতা লাভ কৰে।

জন্ম

মৃত্যু

  • ১৯২২ - সত্যেন্দ্ৰনাথ দত্ত, ভাৰতীয় কবি।
  • ২০০৯ - মাইকেল জেকচন, মাৰ্কিন সঙ্গীত শিল্পী আৰু সঙ্গীত ব্যৱসায়ী।
  • ২০১১ - সৌৰভ কুমাৰ চলিহা, অসমীয়া সাহিত্যক, গল্পকাৰ।

দিৱস

তথ্য সংগ্ৰহ


বাহ্যিক সংযোগ