২৬ ডিচেম্বৰ (ইংৰাজী: 26 December) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩৬০তম (অধিবৰ্ষত ৩৬১তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৫টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী
জন্ম
- ১৭৯১ - চাৰ্লছ বেবেজ, কম্পিউটাৰৰ পিতৃ পুৰুষ।
- ১৮৯৩ - মাও জে দঙ, চীনৰ মাওবাদী বিপ্লবৰ নেতা।
- ১৮৯৯ - উধাম সিং, ভাৰতীয় স্বাধীনতা সংগ্ৰামী।
- ১৯১৮ - টি. এ. সৰস্বতী আম্মা, ভাৰতীয় শিক্ষাবিদ, পণ্ডিত, গৱেষক, গণিতজ্ঞ।
- ১৯২৯ - তাৰক মেহতা, ভাৰতীয় লেখক, হাস্যৰসিক, নাট্যকাৰ।
- ১৯৮৫ - উদয়ন দুৱৰা, ভাৰতীয় চলচ্চিত্ৰ অভিনেতা।
মৃত্যু
দিৱস
বাহ্যিক সংযোগ