৮ মাৰ্চ

১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০ ৩১  

৮ মাৰ্চ (ইংৰাজী: 8 March) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৬৬তম (অধিবৰ্ষত ৬৭তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৯৯টা দিন বাকী থাকে।

ঘটনাৱলী

  • ১৯৭৫ - ৰাষ্ট্ৰসংঘই আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰে।

জন্ম

  • ১৮৯৩ - ৰাজবালা দাস, অসমীয়া শিক্ষাবিদ।
  • ১৯০৮ - লোকনাথ বল, ভাৰতীয় স্বাধীনতা সংগ্ৰামী।
  • ১৯১৬ - অন্নপূৰ্ণা গোস্বামী, ভাৰতীয় সাহিত্যিক।
  • ১৯৫৩ - বসুন্ধৰা ৰাজে, ভাৰতীয় ৰাজনীতিবিদ।
  • ১৯৫৮ - যোগেশ্বৰ বৰুৱা, ভাৰতৰ মুক্তি যুঁজাৰু।
  • ১৯৮৪ - ৰোছ টেইলৰ, নিউজিলেণ্ডৰ ক্ৰিকেটাৰ।

মৃত্যু

  • ১৫৩৪ - ৰাণী কৰ্ণাৱতী, ভাৰতৰ বুন্দিৰ ৰাজকুঁৱৰী আৰু অস্থায়ী শাসক।
  • ১৭০২ - তৃতীয় উইলিয়াম, ইংলেণ্ডৰ ৰজা।

দিৱস

তথ্য সংগ্ৰহ


বাহ্যিক সংযোগ