২৫ জুলাই (ইংৰাজী: 25 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২০৬তম (অধিবৰ্ষত ২০৭তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৫৯টা দিন বাকী থাকে।
উল্লেখযোগ্য ঘটনাৱলী
- ১৯৫৮ - ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন'ল'জি, বোম্বাই ( মোম্বাই) উদ্বোধন হয়।
- ১৯৭৭ - ভাৰতৰ কাৰ্যবাহী ৰাষ্ট্ৰপতি ‘‘বাছাপ্পা দানাপ্পা জাত্তি’’ৰ কাৰ্যকাল অন্ত পৰিছিল। আজি ভাৰতবৰ্ষৰ আন কেইজনমান ৰাষ্ট্ৰপতিৰো কাৰ্যকালৰ উল্লেখযোগ্য দিন। তেখেতলোকৰ কাৰ্যকাল আৰম্ভ আৰু সামৰণি আজিৰ তাৰিখতে হৈছিল। তেখেতলোক হ’ল:
- ১৯৮৭ - ৰাজীৱ গান্ধীৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপে কাৰ্যকাল আৰম্ভণি হয়।
- ২০০৯ - মাইক্ৰ'ছ'ফটৰ অধ্যক্ষ বিল গেট্ছলৈ ইন্দিৰা গান্ধী শান্তি পুৰস্কাৰ আগবঢ়োৱা হয়।
- ২০১২ - হেছাম কান্দিল ইজিপ্তৰ নতুন প্ৰধানমন্ত্ৰী ৰূপে নিৰ্বাচিত হয়।
জন্ম
- ১৮৭৫ - বিখ্যাত ইংৰাজ চিকাৰী জিম কৰবেট, লগতে লেখক আৰু প্ৰকৃতিবিদ।
- ১৯২০ - ৰ'জেলিণ্ড ফ্ৰেংকলিন, ব্ৰিটিছ ৰসায়ন বিজ্ঞানী আৰু এক্স ৰে'-ক্ৰিষ্টেল'গ্ৰাফাৰ (ইংঃ X-ray crystallographer)। (মৃঃ ১৯৫৮)
- ১৯২৯ - সোমনাথ চেটাৰ্জি, ৰাজনেতা, চতুৰ্দশ লোকসভাৰ অধ্য়ক্ষ।
- ১৯৮৭ - লুইজ জয় ব্ৰাউন, বিশ্বৰ প্ৰথম টে'ষ্ট টিউব শিশু।
মৃত্যু
দিৱস
বাহ্যিক সংযোগ