১১ মাৰ্চ (ইংৰাজী: 11 March) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৭০তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৯৫টা দিন (অধিবৰ্ষত ২৯৬ দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
জন্ম
- ১৯১৫ - বিজয় হাজাৰে, ভাৰতীয় ক্ৰিকেটাৰ।
- ১৯২৭ - বিশ্বনাথন শান্তা, ভাৰতীয় কৰ্কট ৰোগ বিশেষজ্ঞ।
মৃত্যু
- ২২২ - এলাগাবোলাছ, ৰোমান সম্ৰাট।
- ১৯৩৯ - বানী বসু, ভাৰতীয় সাহিত্যিক।
- ১৯৫৫ - আলেকজেণ্ডাৰ ফ্লেমিং, স্কটলেণ্ডৰ জীৱ বিজ্ঞাৱী
- ১৯৬৩ - মহম্মদ নিছাৰ, ব্ৰিটিছ শাসিত ভাৰত আৰু পাকিস্তানৰ ক্ৰিকেটাৰ।
- ১৮৬৯ - ভ্লাডিমিৰ অডয়েভেস্কি, ৰাছিয়ান দাৰ্শনিক।
- ২০০৮ - পদ্ম বৰকটকী, অসমীয়া সাহিত্যিক তথা সাংবাদিক।
দিৱস
বাহ্যিক সংযোগ