০৮ এপ্ৰিল (ইংৰাজী: 08 April) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৯৮তম (অধিবৰ্ষত ৯৯তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৬৭টা দিন বাকী থাকে।
ঘটনাৱলী
- ১৯৫০ - ভাৰত আৰু পাকিস্তানৰ মাজত 'লিয়াকত-নেহৰু' চুক্তি স্বাক্ষৰিত হয়।
- ১৯৬২ - পাৰস্য উপসাগৰত ব্ৰিটিছ জাহাজত বোমা বিস্ফোৰণ হহৈ প্ৰায় ২৩৬জন নিহত হয়।
জন্ম
মৃত্যু
- ১৮৯৪ - বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়, বাঙালী সাহিত্যিক। (জ. ১৮৩৮)।
- ১৯৪৯ - জদ্দনবাঈ হুছেইন, ভাৰতীয় কণ্ঠশিল্পী, সঙ্গীত পৰিচালক, অভিনেত্ৰী, ছবি নিৰ্মাতা।
- ১৯৭৩ - পাবলো পিকাচো, স্পেনৰ চিত্ৰশিল্পী। (জ. ১৮৮১)
- ২০০৮ - শৰণৰাণী বাকলিৱাল, ভাৰতীয় শাস্ত্ৰীয় সৰোদবাদক আৰু সংগীতজ্ঞ।
- ২০১৪ - এদ্ৰিয়ান ৱেডৱিত্জ, আমেৰিকাৰ ফেমিনিষ্ট স্ক’লাৰ।
- ২০১৫ - জয়কান্তন, ভাৰতীয় লেখক, সাংবাদিক, সু-বক্তা, চলচ্চিত্ৰ নিৰ্মাতা।
দিৱস
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ