২৭ জানুৱাৰী হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৭তম দিন। বছৰ শেষ হ'বলৈ ৩৩৮ দিন (অধিবৰ্ষত ৩৩৯ দিন) বাকী থাকে।
উল্লেখযোগ্য ঘটনা
- ২০০২ - নাইজেৰিয়াৰ লেগ'ছ চহৰত সামৰিক স্থাপনাৰ বিস্ফোৰণত ১,১০০জন নিহত আৰু প্ৰায় ২০,০০০ লোক গৃহহাৰা হয়।
- ২০০৬ - ৱেষ্টাৰ্ণ ইউনিয়ন, টেলিগ্ৰাফি আৰু বাণিজ্যিক মেছেজিং সেৱা বন্ধ কৰি দিয়া হয়।
জন্ম
- ১৮৯২ - সূৰ্যকুমাৰ ভূঞা, অসমীয়া বুৰঞ্জীবিদ, শিক্ষাবিদ, সমাজ সংগঠক,গল্পকাৰ, প্ৰবন্ধকাৰ, কবি আৰু অধ্যাপক।
- ১৯৪২ - টাচুকু হঞ্জ', জাপানীজ ৰোগ প্ৰতিৰোধ বিজ্ঞানী।
- ১৯৪৬ - বিজয়লক্ষ্মী নৱনীতাকৃষ্ণণ, ভাৰতীয় লোক কণ্ঠশিল্পী, সুৰকাৰ।
- ১৯৬৩ - আৰতি অংকলীকৰ-টিকেকৰ, ভাৰতীয় কণ্ঠশিল্পী।
- ১৯৯৯ - বিন্দ্যাৰাণী দেৱী, ভাৰতীয় ভাৰোত্তোলক।
মৃত্যু
দিৱস
বাহ্যিক সংযোগ