১২ এপ্ৰিল (ইংৰাজী: 12 April) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১০২তম (অধিবৰ্ষত ১০৩তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৬৩টা দিন বাকী থাকে।
ঘটনাৱলী
- ১৯১৯ - ৰাওলাট আইনৰ প্ৰতিবাদত কলকাতা, লাহোৰ, বোম্বাই আৰু অমৃতসৰত বিক্ষোভ আৰম্ভ হয়।
- ১৯৬১ - বিশ্বৰ প্ৰথম মহাকাশচাৰী য়ুৰি গেগেৰিনে মহাশূন্যত পদাৰ্পণ কৰে।
জন্ম
মৃত্যু
দিৱস
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ