৩০ এপ্ৰিল (ইংৰাজী: 30 April) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১২০তম (অধিবৰ্ষত ১২১তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৪৫টা দিন বাকী থাকে।
ঘটনাৱলী
জন্ম
- ১৭৭৭ - কাৰ্ল ফ্ৰিডৰিখ গাউছ, জাৰ্মান গণিতজ্ঞ আৰু পদাৰ্থ-বিজ্ঞানী।
- ১৮৭০ - দাদাচাহেব ফাল্কে, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক।
- ১৯১৬ - ক্লড শ্বেনন, আমেৰিকান গণিতজ্ঞ।
- ১৯২৭ - ফাটিমা বিবি, ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ ন্যায়াধীশ।
- ১৯৩৭ - দিলীপ কুমাৰ দত্ত, অসমীয়া গণিতজ্ঞ, শিক্ষাবিদ আৰু লেখক।
- ১৯৪৯ - এণ্টনিও গুটেৰেছ, পৰ্তুগীজ কূটনীতিবিদ আৰু ৰাজনীতিজ্ঞ।
- ১৯৪৪ - সোণাল মানসিং, ভাৰতীয় শাস্ত্ৰীয় নৃত্য শিল্পী।
- ১৯৮৭ - ক্ৰিচ মৰিচ, দক্ষিণ আফ্ৰিকাৰ আন্তৰ্জাতিক ক্ৰিকেটাৰ।
- ১৯৮৭ - ৰোহিত শৰ্মা, ভাৰতীয় ক্ৰিকেটাৰ।
মৃত্যু
দিৱস
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ