অসমৰ সাহিত্যিকসকলৰ তালিকা
অসমৰ প্ৰসিদ্ধ সাহিত্যিকসকল
নাম
|
জন্ম
|
মৃত্যু
|
আলোকচিত্ৰ
|
সাহিত্যৰ বিষয়
|
উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
|
অজিৎ বৰুৱা |
১৯ আগষ্ট, ১৯২৬ |
৩ এপ্ৰিল ২০১৫ |
|
কবিতা, প্ৰবন্ধ, অনুবাদ সাহিত্য, সমালোচক |
ভাৰতীয় ভাষা পৰিষদ বঁটা (১৯৮৮)[1] সাহিত্য অকাডেমি বঁটা (১৯৯১)
অসম উপত্যকা সাহিত্য বঁটা (১৯৯৯) নিজৰা কবি শৈলধৰ ৰাজখোৱা স্মৃতি বঁটা (২০০৭)[2]|
|
অতুলচন্দ্ৰ হাজৰিকা |
৯ ছেপ্তেম্বৰ, ১৯০৩ |
৭ জুন, ১৯৮৬ |
|
কবিতা নাটক শিশু সাহিত্য প্ৰবন্ধ আত্মজীৱনী |
সাহিত্য অকাডেমি বঁটা[3] পদ্মশ্ৰী বঁটা (১৯৭১), সাহিত্যচাৰ্য
|
অতুলানন্দ গোস্বামী |
১৯৩৫ |
২৭ জুলাই ২০২২ |
|
গল্প, প্ৰবন্ধ |
অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা ‘কথা’ বঁটা ‘কুমাৰ কিশোৰ সোঁৱৰণী বঁটা’ সাহিত্য অকাডেমি বঁটা
|
অপূৰ্ব শৰ্মা |
১৯৪৩ |
বৰ্তমান |
|
গল্প, প্ৰবন্ধ |
সাহিত্য অকাডেমি বঁটা
|
অৰুণ শৰ্মা |
১৯৩১ |
বৰ্তমান |
|
নাটক, উপন্যাস |
সাহিত্য অকাডেমি বঁটা অসম উপত্যকা সাহিত্য বঁটা সংগীত নাটক একাডেমী বঁটা
|
অৰূপা পটংগীয়া কলিতা |
১৯৫৬ |
বৰ্তমান |
|
কবিতা, গল্প |
উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
|
অনুৰাধা শৰ্মা পূজাৰী |
১৯৬৪ |
বৰ্তমান |
|
উপন্যাস |
কুমাৰ কিশোৰ সোঁৱৰণি বঁটা
|
অম্বিকাগিৰী ৰায়চৌধুৰী |
১৮৮৫ |
২ জানুৱাৰী, ১৯৬৭ |
|
কবিতা, উপন্যাস |
সাহিত্য অকাডেমি বঁটা
|
আনন্দ চন্দ্ৰ আগৰৱালা |
১৮৭৪ |
১৯৩৯ |
|
কবিতা |
"ভাঙনি কোঁৱৰ" আৰু "বিহগী কবি" উপাধি প্ৰদান
|
আনন্দ চন্দ্ৰ বৰুৱা |
জন্ম |
মৃত্যু |
|
সাহিত্যৰ বিষয় |
সাহিত্য অকাডেমি বঁটা
|
ইমৰাণ স্বাহ |
১৯৩৩ |
বৰ্তমান |
|
গল্প. উপন্যাস, প্ৰবন্ধ |
উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
|
কবীন ফুকন |
১৯৪৬ |
২৪ মে', ২০১১ |
|
উপন্যাস, প্ৰবন্ধ |
ক্ৰান্তিকাল সাহিত্য সন্মান সাহিত্য অকাডেমি বঁটা
|
কাঞ্চন বৰুৱা (ভুৱন মোহন বৰুৱা) |
১৯১৪ |
১৯৯৪ |
|
উপন্যাস |
উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
|
কৃষ্ণকান্ত সন্দিকৈ |
২০ জুলাই, ১৮৯৮ |
৭ জুন, ১৯৮২ |
|
প্ৰবন্ধ |
পদ্মশ্ৰী বঁটা পদ্মভূষণ বঁটা সাহিত্য অকাডেমি বঁটা
|
কেশৱ মহন্ত |
২০ জানুৱাৰী, ১৯২৬ |
৩০ মাৰ্চ, ২০০৬ |
|
কবিতা, শিশু সাহিত্য, অনুবাদ সাহিত্য |
সাহিত্য অকাডেমি বঁটা বিষ্ণু ৰাভা বঁটা ৰঘুনাথ চৌধাৰী বঁটা
|
কেশদা মহন্ত |
জন্ম |
মৃত্যু |
|
সাহিত্যৰ বিষয় |
সাহিত্য অকাডেমি বঁটা
|
চন্দ্ৰকুমাৰ আগৰৱালা |
১৮ নৱেম্বৰ, ১৮৬৭ |
১৯৩৮ |
|
কবিতা |
উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
|
চন্দ্ৰপ্ৰসাদ শইকীয়া |
৮ জুলাই, ১৯২৭ |
৮ আগষ্ট, ২০০৬ |
|
উপন্যাস |
সাহিত্য অকাডেমি বঁটা
|
চৈয়দ আব্দুল মালিক |
১৬ জানুৱাৰী, ১৯১৯ |
১৯ ডিচেম্বৰ, ২০০০ |
|
উপন্যাস, কবিতা, গল্প, নাটক, প্ৰবন্ধ |
সাহিত্য অকাডেমি বঁটা
|
জীৱন নৰহ |
জন্ম |
বৰ্তমান |
|
সাহিত্যৰ বিষয় |
উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
|
জ্যোতিপ্ৰসাদ আগৰৱালা |
১৭ জুন, ১৯০৩ |
১৭ জানুৱাৰী, ১৯৫১ |
|
কবিতা, গল্প, নাটক, উপন্যাস, প্ৰবন্ধ |
ৰূপকোঁৱৰ উপাধিৰে বিভূষিত, শিল্পী দিৱস উদযাপন
|
টেঙ-ঙাই ম'হুং |
১৭১৫ চন |
১৮৩২ চন |
উপলব্ধ নাই |
অভিধান প্ৰণেতা |
|
ডিম্বেশ্বৰ নেওগ |
৭ আগষ্ট, ১৮৯৯ |
১২ নৱেম্বৰ, ১৯৬৬ |
|
কবিতা, উপন্যাস |
উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
|
তীৰ্থনাথ শৰ্মা |
২৩ অক্টোবৰ, ১৯১১ |
২৩ অক্টোবৰ, ১৯৮৬ |
|
কবিতা, প্ৰবন্ধ, নাটক, উপন্যাস |
সাহিত্য অকাডেমি বঁটা
|
ত্ৰৈলোক্য নাথ গোস্বামী |
২ মাৰ্চ, ১৯০৬ |
২২ ফেব্ৰুৱাৰী, ১৯৮৮[4] |
|
প্ৰবন্ধ |
সাহিত্য অকাডেমি বঁটা, সাহিত্য সভা বঁটা, অসম প্ৰকাশন পৰিষদ বঁটা
|
ত্ৰৈলোক্য ভট্টাচাৰ্য |
১৯৩৮ |
১ ফেব্ৰুৱাৰী, ২০১৩ |
|
উপন্যাস |
উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
|
দীননাথ শৰ্মা[4] |
১৯১৪ |
১৯৮৮ |
|
গল্প, প্ৰবন্ধ |
উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
|
দেবেন্দ্ৰ নাথ আচাৰ্য |
১৯৩৭ |
২৯ ছেপ্টেম্বৰ, ১৯৮১ |
|
উপন্যাস, |
উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
|
দেৱব্ৰত দাস |
১৯৫০ |
বৰ্তমান |
|
গল্প, প্ৰবন্ধ |
উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
|
ধ্ৰুৱজ্যোতি বৰা |
১৯৫৫ |
বৰ্তমান |
|
উপন্যাস, প্ৰবন্ধ |
সাহিত্য অকাডেমি বঁটা
|
নগেন শইকীয়া |
১১ ফেব্ৰুৱাৰী, ১৯৩৯ |
বৰ্তমান |
|
উপন্যাস, প্ৰবন্ধ |
সাহিত্য অকাডেমি বঁটা
|
নৱকান্ত বৰুৱা |
২৯ ডিচেম্বৰ, ১৯২৬ |
১৪ জুলাই, ২০০২ |
|
কবিতা |
সাহিত্য অকাডেমি বঁটা
|
নলিনীবালা দেৱী |
২৩ মাৰ্চ, ১৮৯৮ |
২৪ ডিচেম্বৰ. ১৯৭৭ |
|
কবিতা, প্ৰবন্ধ |
সাহিত্য অকাডেমি বঁটা পদ্মশ্ৰী বঁটা
|
নলিনীধৰ ভট্টাচাৰ্য |
জন্ম |
মৃত্যু |
|
উপন্যাস, প্ৰবন্ধ |
সাহিত্য অকাডেমি বঁটা
|
নিৰ্মলপ্ৰভা বৰদলৈ |
২০ জুন, ১৯৩৩ |
২০০৪ |
|
কবিতা, উপন্যাস, প্ৰবন্ধ |
সাহিত্য অকাডেমি বঁটা
|
নিৰুপমা বৰগোহাঞি |
১৯৩২ |
বৰ্তমান |
|
কবিতা |
সাহিত্য অকাডেমি বঁটা
|
নিৰোদ চৌধুৰী[4] |
১৯৩৫ |
২০০১ |
|
উপন্যাস, |
উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
|
নীলমনি ফুকন(ককা) |
জুন, ১৮৮০ |
১৯৭৮ |
|
কবিতা, প্ৰবন্ধ |
"বাগ্মীবৰ" উপাধিৰে বিভূষিত
|
নীলমণি ফুকন |
১০ ছেপ্তেম্বৰ, ১৯৩৩ |
মৃত্যু |
|
কবিতা |
সাহিত্য অকাডেমি বঁটা
|
নীলিম কুমাৰ |
১৯৬২ |
বৰ্তমান |
|
কবিতা, উপন্যাস |
“উদয় ভাৰতী” ৰাষ্ট্ৰীয় কবিতা বঁটা
|
পদ্মনাথ গোহাঞি বৰুৱা |
২৪ অক্টোবৰ, ১৮৭১ |
৭ এপ্ৰিল, ১৯৪৬ |
|
কবিতা, উপন্যাস |
উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
|
পূৰবী বৰমুদৈ |
জন্ম |
বৰ্তমান |
|
সাহিত্যৰ বিষয় |
সাহিত্য অকাডেমি বঁটা
|
বাণীকান্ত কাকতি |
১৫ নৱেম্বৰ, ১৮৯৪ |
১৫ নৱেম্বৰ, ১৯৫২ |
|
প্ৰবন্ধ |
উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
|
বিৰিঞ্চি কুমাৰ বৰুৱা |
১৬ অক্টোবৰ, ১৯০৮ |
৩০ মাৰ্চ, ১৯৬৪ |
|
উপন্যাস, গল্প, প্ৰবন্ধ |
সাহিত্য অকাডেমি বঁটা
|
বিষ্ণুপ্ৰসাদ ৰাভা |
৩১ জানুৱাৰী, ১৯০৯ |
২০ জুন, ১৯৬৯ |
|
উপন্যাস, গল্প, নাটক, প্ৰবন্ধ |
"কলাগুৰু" উপাধিৰে বিভূষিত "কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা"ৰ আৰম্ভণি
|
বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য |
১৪ অক্টোবৰ, ১৯২৪ |
৬ আগষ্ট, ১৯৯৭ |
|
উপন্যাস, প্ৰবন্ধ |
সাহিত্য অকাডেমি বঁটা
|
বীৰেন্দ্ৰ নাথ দত্ত |
১ মাৰ্চ, ১৯৩৫ |
২৩ নৱেম্বৰ ২০২৩ |
|
প্ৰবন্ধ, শিশু সাহিত্য |
উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
|
বীৰেশ্বৰ বৰুৱা |
১ ছেপ্টেম্বৰ, ১৯৩৩ |
২০১০ |
|
উপন্যাস, কবিতা, প্ৰবন্ধ |
সাহিত্য অকাডেমি বঁটা
|
বেণুধৰ ৰাজখোৱা |
১৮৭২ |
১৯৫৫ |
|
কবিতা |
সাহিত্য অকাডেমি বঁটা, পদ্মশ্ৰী বঁটা, সাহিত্যচাৰ্য
|
বেণুধৰ শৰ্মা |
১৬ নৱেম্বৰ. ১৮৯৪ |
২৬ ফেব্ৰুৱাৰী. ১৯৮১ |
|
গল্প, প্ৰবন্ধ |
সাহিত্য অকাডেমি বঁটা
|
ভৃগুমুনি কাগয়ুং |
২২ অক্টোবৰ, ১৯৩৪ |
২৭ মাৰ্চ, ২০১১ |
|
কবিতা, প্ৰবন্ধ |
উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
|
ভৱানন্দ ডেকা |
১৯ আগষ্ট, ১৯২৯ |
৪ ডিচেম্বৰ, ২০০৬ |
|
প্ৰবন্ধ, ভ্ৰমণ কাহিনী |
উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
|
ভবেন বৰুৱা |
জন্ম |
মৃত্যু |
|
সাহিত্যৰ বিষয় |
সাহিত্য অকাডেমি বঁটা
|
ভবেন্দ্ৰ নাথ শইকীয়া |
২০ ফেব্ৰুৱাৰী, ১৯৩২ |
১৩ আগষ্ট, ২০০৩ |
|
উপন্যাস, গল্প, শিশু সাহিত্য |
সাহিত্য অকাডেমি বঁটা
|
লক্ষ্মীনাথ ফুকন |
জন্ম |
মৃত্যু |
|
প্ৰবন্ধ |
সাহিত্য অকাডেমি বঁটা
|
লক্ষ্মীনাথ বেজবৰুৱা |
১৮৬৪ |
১৯৩৮ |
|
সাধু, উপন্যাস, প্ৰবন্ধ, কবিতা |
"সাহিত্যৰথী" উপাধি
|
লক্ষ্মীনন্দন বৰা |
জন্ম |
বৰ্তমান |
|
উপন্যাস |
সাহিত্য অকাডেমি বঁটা
|
যতিন মিপুন |
জন্ম |
মৃত্যু |
|
সাহিত্যৰ বিষয় |
উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
|
যোগেশ দাস[4] |
১ এপ্ৰিল, ১৯২৭ |
৯ চেপ্তেম্বৰ, ১৯৯৯ |
|
গল্প, উপন্যাস |
সাহিত্য অকাডেমি বঁটা অসম উপত্যকা সাহিত্য বঁটা
|
ৰঘুনাথ চৌধাৰী |
১৮৭৮ |
১৯৬৭ |
|
কবিতা |
উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
|
ৰজনীকান্ত বৰদলৈ |
২৪ নৱেম্বৰ, ১৮৬৭ |
২৫ মাৰ্চ, ১৯৪০ |
|
উপন্যাস, প্ৰবন্ধ |
উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
|
ৰমা দাস |
১০ অক্টোবৰ, ১৯০৯ |
২১ নৱেম্বৰ, ১৯৮১ |
|
গল্প |
উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
|
ৰংবং তেৰাং |
১৩ জানুৱাৰী, ১৯৩৭ |
বৰ্তমান |
|
উপন্যাস, প্ৰবন্ধ |
উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
|
ৰীতা চৌধুৰী |
জন্ম |
বৰ্তমান |
|
সাহিত্যৰ বিষয় |
সাহিত্য অকাডেমি বঁটা
|
লক্ষহীৰা দাস |
২ ফেব্ৰুৱাৰী, ১৯৩৩ |
মৃত্যু |
|
গল্প, কবিতা, শিশু সাহিত্য |
উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
|
লক্ষ্মীধৰ শৰ্মা |
২০ অক্টোবৰ, ১৮৯৯ |
৩ মে, ১৯৩৪ |
|
গল্প, নাটক, প্ৰবন্ধ |
উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
|
লক্ষ্মীনাথ ফুকন |
২৯ জানুৱাৰী, ১৮৯৪ |
৩ এপ্ৰিল, ১৯৭৫ |
|
গল্প, কবিতা, প্ৰবন্ধ |
উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
|
লীলা গগৈ |
২৫ নৱেম্বৰ, ১৯৩০ |
২৩ জুলাই, ১৯৯৪ |
|
গল্প, উপন্যাস, প্ৰবন্ধ |
উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
|
হৰেকৃষ্ণ ডেকা |
জন্ম |
বৰ্তমান |
|
কবিতা |
সাহিত্য অকাডেমি বঁটা
|
হিতেশ ডেকা |
১৯২৪ |
২০০০ |
|
উপন্যাস |
উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
|
হীৰেন গোহাঁই |
১৯৩৯ |
বৰ্তমান |
|
প্ৰবন্ধ |
সাহিত্য অকাডেমি বঁটা
|
হীৰেন্দ্ৰ নাথ দত্ত |
জন্ম |
মৃত্যু |
|
সাহিত্যৰ বিষয় |
সাহিত্য অকাডেমি বঁটা
|
হেমচন্দ্ৰ গোস্বামী |
৮ জানুৱাৰী, ১৮৭২ |
২ মে, ১৯২৮ |
|
কবিতা, প্ৰবন্ধ |
উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
|
হোমেন বৰগোহাঞি |
৭ ডিচেম্বৰ, ১৯৩২ |
বৰ্তমান |
|
উপন্যাস, প্ৰবন্ধ, কবিতা |
সাহিত্য অকাডেমি বঁটা
|
মহিম বৰা |
১৯২৪ |
মৃত্যু |
|
সাহিত্যৰ বিষয় |
সাহিত্য অকাডেমি বঁটা
|
মহেশ্বৰ নেওগ |
জন্ম |
মৃত্যু |
|
সাহিত্যৰ বিষয় |
উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
|
মহেন্দ্ৰ বৰা |
জন্ম |
মৃত্যু |
|
সাহিত্যৰ বিষয় |
উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
|
মিত্ৰদেৱ মহন্ত |
৯ জুন, ১৮৯৪ |
২৫,মাৰ্চ, ১৯৮৩ |
|
প্ৰবন্ধ, কবিতা, নাটক |
উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
|
মামণি ৰয়চম গোস্বামী |
১৪ নৱেম্বৰ, ১৯৪১ |
২৯ নৱেম্বৰ, ২০১১ |
|
গল্প, উপন্যাস, প্ৰবন্ধ |
উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
|
মেদিনী চৌধুৰী |
১৯২৭ |
২০০৩ |
|
উপন্যাস, প্ৰবন্ধ |
উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
|
সত্যনাথ বৰা |
১৮৬০ |
১৩ ডিচেম্বৰ, ১৯২৫ |
|
প্ৰবন্ধ |
উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
|
সত্যেন্দ্ৰ নাথ শৰ্মা |
১০ ছেপ্তেম্বৰ, ১৯১৭ |
১১ আগষ্ট, ১৯৯৯ |
|
প্ৰবন্ধ |
উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
|
সীতানাথ ব্ৰহ্মচৌধুৰী |
জন্ম |
মৃত্যু |
|
সাহিত্যৰ বিষয় |
উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
|
সৌৰভ কুমাৰ চলিহা |
১৯৩০ |
২৫ জুন, ২০১১ |
|
সাহিত্যৰ বিষয় |
সাহিত্য অকাডেমি বঁটা
|
সূৰ্যকুমাৰ ভূঞা |
২৭ জানুৱাৰী, ১৮৯৪ |
৫ জুলাই, ১৯৬৪ |
|
সাহিত্যৰ বিষয় |
উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
|
স্নেহ দেৱী |
১৯১৬ |
১৯৯০ |
|
গল্প |
সাহিত্য অকাডেমি বঁটা
|
শীলভদ্ৰ / ৰেৱতী মোহন দত্ত চৌধুৰী |
১৮ ছেপ্টেম্বৰ, ১৯২৮ |
২৯ ফেব্ৰুৱাৰী, (চন?) |
|
উপন্যাস, গল্প |
সাহিত্য অকাডেমি বঁটা, অসম উপত্যকা সাহিত্য বঁটা
|
য়েছে দৰজে ঠংছি |
১৯৫২ |
বৰ্তমান |
|
উপন্যাস |
সাহিত্য অকাডেমি বঁটা
|
ৰবীন্দ্ৰ সৰকাৰ
|
৭ আগষ্ট, ১৯৪১
|
বৰ্তমান |
|
কবিতা, প্ৰবন্ধ, নাট্যকাৰ
|
সাহিত্য অকাডেমি বঁটা (২০১৩)
|
সনন্ত তাঁতি
|
৪ নৱেম্বৰ ১৯৫২
|
বৰ্তমান |
|
কবিতা
|
অসম উপত্যকা সাহিত্য বঁটা (২০১৭)
সাহিত্য অকাডেমি বঁটা (২০১৮)
|
ইছমাইল হোছেইন
|
২২ ফেব্ৰুৱাৰী ১৯৬৫
|
বৰ্তমান |
|
|
কবি, সমালোচক
|
লগতে চাওক
তথ্য সংগ্ৰহ
|
|