জুবলী বৰুৱা

জুবলী বৰুৱা
জন্ম অসম, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয় ভাৰত
পেচা গায়িকা, অভিনেত্ৰী

জুবলী বৰুৱা (ইংৰাজী: Zublee Baruah) এগৰাকী অসমীয়া সংগীত জগতৰ এগৰাকী বিখ্যাত গায়িকা, গীতিকাৰ আৰু সুৰকাৰ। তেখেতে বৰ্তমানলৈ বহুকেইটা জনপ্ৰিয় গীতত নিজৰ কণ্ঠদান কৰিছে। গান গোৱাৰ উপৰিও তেখেতে অসমীয়া ভাষাচলচ্চিত্ৰ আৰু ছুটি ছবি আৰু ধাৰাবাহিকটো অভিনয় কৰি আহিছে৷ "জন্ম" তেখেতৰ একক কণ্ঠৰ এক এলবাম৷

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

জুবলী বৰুৱা ৰ জন্ম গুৱাহাটীত হয়। তেখেতৰ দেউতাকৰ নাম নৱ কুমাৰ বৰুৱা আৰু মাতৃৰ নাম মাধুৰীমা বৰুৱা।

জুবলীয়ে প্ৰাথমিক আৰু প্ৰৱেশিকা শিক্ষা "হোলী চাইল্ড স্কুল, গুৱাহাটী" ৰ পৰা লাভ কৰে।

ইয়াৰ পিছত উচ্চতৰ মাধ্যমিক আৰু স্নাতক শিক্ষা সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা লাভ কৰে। তেখেতে ইংৰাজী বিষয়ত স্নাতক লাভ কৰে।

পৰৱৰ্তী পৰ্যায়ত জুৱলীয়ে গুৱাহাটী ৰ চান্দমাৰী স্থিত "জগন্নাথ আইন মহাবিদ্যালয়(JB Law College)"ৰ পৰাও আইনৰ স্নাতক (LLB) লাভ কৰে।[1]

কণ্ঠদান

চলচ্চিত্ৰ সংগীত

গান চলচ্চিত্ৰ বৰ্ষ সংগীত পৰিচালক ভাষা
"শীতল শীতল" জেতুকা পাতৰ দৰে ২০১১ পলাশ গগৈ অসমীয়া
"তুমি দিয়া" ৰামধেনু ২০১১ যতীন শৰ্মা অসমীয়া
"তুমি ৰ'দালি" গানে কি আনে ২০১৫ জুবিন গাৰ্গ অসমীয়া
"দিন জ্বলে ৰাতি জ্বলে" মিছন চাইনা ২০১৭ জুবিন গাৰ্গ অসমীয়া
"ধূলিকণা" কাঞ্চনজংঘা ২০১৯ জুবিন গাৰ্গ অসমীয়া

এলবাম

  • জন্ম
  • গান
  • নাহৰ
  • মায়া মাথো মায়া
  • মাটি ১
  • মাটি ২
  • তাণ্ডৱ

অভিনয়

অসমীয়া চলচ্চিত্ৰ

টিভি ধাৰাবাহিক

পুৰস্কাৰ

  1. ড॰ ভূপেন হাজৰিকা বঁটা, শ্ৰেষ্ঠ মহিলা কন্ঠশিল্পী ২০১২
  2. "অসমৰ শ্ৰেষ্ঠ মহিলা কন্ঠশিল্পী", ১৯৯৭ (ইউনেস্কৰ দ্বাৰা)

তথ্য সংগ্ৰহ

  1. "Zublee Baruah". biographyinsider.com. Archived from the original on April 30, 2021. https://web.archive.org/web/20210430195453/https://biographyinsider.com/zublee-baruah/। আহৰণ কৰা হৈছে: May 01, 2021. 
  2. "আৰ্কাইভ কপি". Archived from the original on 2013-01-14. https://web.archive.org/web/20130114080932/http://www.zublee.com/bio.html। আহৰণ কৰা হৈছে: 2013-01-24.