আগন্তুক |
---|
পোষ্টাৰ |
পৰিচালক |
সত্যজিৎ ৰায় |
---|
চিত্ৰনাট্য |
সত্যজিৎ ৰায় |
---|
ভিত্তি |
অতিথি (চুটিগল্প) লেখক: সত্যজিৎ ৰায় |
---|
প্ৰযোজক |
সত্যজিৎ ৰায় |
---|
অভিনয়ত |
উৎপল দত্ত মমতা শংকৰ দীপাংকৰ দে ধৃতিমান চেতাৰ্জী |
---|
চিত্ৰগ্ৰহণকাৰী |
বৰুণ ৰাহা |
---|
সম্পাদনা |
দুলাল দত্ত |
---|
সংগীত পৰিচালক |
সত্যজিৎ ৰায় |
---|
প্ৰযোজনা কোম্পানীসমূহ |
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (NFDC) ডিডি প্ৰডাকচন (ফ্ৰান্স) |
---|
পৰিবেশক |
আৰ্টিফিচিয়েল আই (যুক্তৰাজ্য) |
---|
মুক্তি |
১৯৯১ (1991) (India) ২২ মে' ১৯৯২ (1992-05-22) (US) ১৯ নৱেম্বৰ ১৯৯৩ (1993-11-19) (UK) |
---|
দৈৰ্ঘ্য |
১২০ মিনিট |
---|
দেশসমূহ |
ভাৰত ফ্ৰান্স |
---|
ভাষা |
বঙালী |
আগন্তুক (ইংৰাজী: Agantuk) ১৯৯১ চনত মুক্তি পোৱা সত্যজিত ৰায় ৰচিত আৰু পৰিচালিত এখন বঙালী নাট্যধৰ্মী চলচ্চিত্ৰ। [1] অতিথি নামৰ গল্পৰ আধাৰত নিৰ্মিত ছবিখন এই কাৰণেই বৈশিষ্ট্যপূৰ্ণ যে, আগন্তুক আছিল ৰায়ৰ শেষ ছবি। ভাৰত-ফ্ৰান্সৰ যৌথ প্ৰযোজনাৰ এই ছবিখন জেৰাৰ্ড ডেপাৰ্ডিউৰ ডিডি প্ৰডাকচন আৰু কেনেলপ্লাচ দৰে কোম্পানীসমূহৰ পৰা আৰ্থিক সমৰ্থন লাভ কৰিছিল। [2]
কাহিনীৰ সাৰাংশ
কলকাতাত বসবাস কৰি থকা এটা উচ্চ মধ্যবৃত্ত পৰিয়াল, স্বামী সুধীন্দ্ৰ বসু, স্ত্ৰী অনিলা আৰু এটা সৰু ল’ৰা সন্তান।হঠাৎ অনিলাই পয়ত্ৰিশ বছৰ আগতে নিৰুদ্দেশ হোৱা তেওঁৰ সৰু মোমায়েকৰ পৰা এখন চিঠি পায়। পয়ত্ৰিশ বছৰ পিছত তেওঁ উভতি আহিছে আৰু কেইদিনমান কলকাতাত তেওঁলোকৰ ঘৰত থাকিব বিচাৰে। ১৯৫৫ চনত যেতিয়া মোমায়েকে দেশ এৰিছিল, তেতিয়া অনিলাৰ বয়স মাত্ৰ দুবছৰ। সেয়েহে তেওঁৰ মনত মোমায়েকৰ কোনো স্মৃতি নাই। তাৰোপৰি বৰ্তমান সৰু মোমায়েকৰ তেজৰ সম্পৰ্ক থকা একমাত্ৰ আত্মীয় তেৱেঁই। স্বাভাৱিকতে মোমায়েকৰ পৰিচয় সম্পৰ্কে নিশ্চিত হোৱাৰ কোনো উপায় নাই। স্বামীৰ মনত প্ৰচণ্ড সন্দেহৰ উদ্ৰেক হয়। সৰু ল’ৰাটোৱে ককাকৰ সাম্ভাব্য আগমণক লৈ ৰোমাঞ্চিত অনুভৱ কৰি থাকে। আগন্তুক, মোমায়েক মনোমোহন মিত্ৰ কলকাতাত উপস্থিত হোৱাৰ পিছতে কাহিনীৰ আৰম্ভ হয়।
অভিনয় শিল্পী
- উৎপল দত্ত (মনোমোহন মিত্ৰ)
- দীপাংকৰ দে (সুধীন্দ্ৰ)
- মমতা শংকৰ (অনিতা)
- বিক্ৰম ভট্টাচাৰ্য (সাত্যাকি)
- ধৃতিমান চেতাৰ্জী (পৰিতোষ সেনগুপ্ত)
- ৰবি ঘোষ (ৰঞ্জন ৰক্ষিত)
- সুব্ৰত চেতাৰ্জী (চন্দা ৰক্ষিত)
- প্ৰমোদ গাংগুলী (ত্ৰিদিব মুখাৰ্জী)
- অজিত বন্দোপধ্যায় (শীতল সৰকাৰ)
বঁটা
তথ্যসূত্ৰ
বাহ্যিক সংযোগ
|
---|
| ১৯৫৩-১৯৫৭ অল ইণ্ডিয়া চাৰ্টিফিকেট অৱ মেৰিট | |
---|
| ১৯৫৩-১৯৬০ | |
---|
| ১৯৬১-১৯৮০ | |
---|
| ১৯৮১-২০০০ | |
---|
| ২০০১- বৰ্তমানলৈ | |
---|
|