হিন্দু মহাকাব্য ৰামায়ণ অনুসৰি প্ৰহস্ত (ইংৰাজী: Prahasta, সংস্কৃত: प्रहस्त) আছিল লংকাৰ ৰজা ৰাৱণৰ সেনাৰ মুখ্য কমাণ্ডাৰ তথা এগৰাকী শক্তিশালী ৰাক্ষস যোদ্ধা। তেওঁ সুমালী আৰু কেতুমতীৰ পুত্ৰ আছিল।[2] পৰজনমত তেওঁ মহাভাৰতৰ দুৰ্যোধনৰ বিশ্বস্ত সহযোগী পুৰোচন নামেৰে জন্মলাভ কৰে, যিয়ে পৰৱৰ্তী সময়ত দুৰ্যোধন আৰু তেওঁৰ দুষ্ট পৰামৰ্শদাতা শকুনিৰ আদেশত লক্ষগ্ৰাহ সৃষ্টি কৰিছিল।[উদ্ধৃতিৰ প্ৰয়োজন]
কিংবদন্তি
প্ৰহস্ত সুমালী আৰু কেতুমতীৰ দহজন পুত্ৰৰ ভিতৰৰ এজন আছিল। তেওঁৰ চাৰিজন ভনীও আছিল। তেওঁলোকৰ ভিতৰত এজন আছিল ৰাৱণৰ মাতৃ কৈকেষী।[2]
তথ্য সংগ্ৰহ
|
---|
| ঈক্ষ্বাকু বংশ | |
---|
| বানৰ | |
---|
| ৰাক্ষস | |
---|
| ঋষি | |
---|
| আন চৰিত্ৰ | |
---|
| স্থান | |
---|
| সপ্তকাণ্ড | |
---|
| আনুষঙ্গিক কাৰ্য | |
---|
|