ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা (২০১৬-১৭)
#
|
থিয়েটাৰ (প্ৰযোজক)
|
নাটক
|
নাট্যকাৰ
|
অভিনয়ত
|
১
|
ৰাজমুকুট থিয়েটাৰ (মানস কলিতা)
|
বীৰা
|
চম্পক শৰ্মা
|
|
নৰসিংহ
|
চম্পক শৰ্মা
|
চণ্ডাল
|
ৰাজদ্বীপ
|
২
|
থিয়েটাৰ সূৰ্য (মুনীন্দ্ৰ বৰ্মন)
|
ত্যাজ্যপুত্ৰ
|
অভিজিত ভট্টাচাৰ্য
|
ভৱেশ বৰুৱা, যতীন বৰা, অঞ্জলি ছেত্ৰী, দীপক তালুকদাৰ, মমী ডেকা, সুকুমাৰ, ৰাজীৱ ৰাজনীশ, পদ্ম বৰা, উৎপলজ্যোতি নাথ, প্ৰিয়ংকা বৰুৱা, দিক্ষা সোণোৱাল ইত্যাদি
|
ব'ডীগাৰ্ড
|
অভিজিত ভট্টাচাৰ্য
|
মন্ত্ৰী মহোদয়
|
অভিজিত ভট্টাচাৰ্য
|
৩
|
থিয়েটাৰ শতাব্দী ()
|
অমানুহ
|
চম্পক শৰ্মা
|
|
ভাই
|
হিল্লোল কুমাৰ পাঠক
|
শেষ ঠিকনা
|
প্ৰণৱজ্যোতি ভড়ালী
|
৪
|
কহিনুৰ থিয়েটাৰ ()
|
ব্ৰেকিং নিউজ
|
ৰাজদ্বীপ
|
বৰষাৰাণী বিষয়া
|
জানোৱাৰ
|
হেমন্ত দত্ত
|
ৰাধা এবাৰ হাঁহি দে
|
অভিজিত ভট্টাচাৰ্য
|
৫
|
থিয়েটাৰ প্ৰাগজ্যোতিষ ()
|
এখন বিমান এটা লাভষ্ট'ৰী
|
অভিজিত ভট্টাচাৰ্য
|
অৰূপ বৈশ্য, সংগীতা, অৰুণ বৰদলৈ, স্নিগ্ধাপ্ৰিয়া, হীৰু বৰঠাকুৰ, হেমন্ত হাজৰিকা, পংকজ বৰ্মন, জোন ডেকা, চম্পক শৰ্মা, দিব্যজ্যোতি শৰ্মা ইত্যাদি
|
দানবীৰ
|
ৰমা বৰ্মন
|
মজনু বলিয়া লায়লা দিৱানী
|
অৱতাৰ সিং
|
৬
|
সুদৰ্শন থিয়েটাৰ (ক্ষীৰোদ খনিকৰ)
|
বদমাছ ছোৱালী
|
অভিজিত ভট্টাচাৰ্য
|
পৱিত্ৰপ্ৰাণ বৰা, গৌতম নৰীৰুণ, জুনজুন, কল্পনা শৰ্মা, জয়ন্ত জীৱন, দ্বীপেন ভূঞা, হৰ্ষ দাস, বিশাল বৰা, গুণেন শৰ্মা ডন সন্দিকৈ, কিশোৰ, দেৱীমণী ইত্যাদি
|
দস্যুৰাণী
|
পল চন্দ্ৰ আজাদ
|
কোন তুমি?
|
অৱতাৰ সিং
|
৭
|
কামৰূপা থিয়েটাৰ (মানস কলিতা)
|
কলংক মচিব কোনে
|
অৱতাৰ সিং
|
|
এই প্ৰেম কাৰ বাবে
|
বুবু শৰ্মা
|
৮
|
আৱাহন থিয়েটাৰ (কৃষ্ণ ৰয়)
|
মৰম দিয়া মোক
|
অভিজিত ভট্টাচাৰ্য
|
মৃদুল ভূঞা, প্ৰস্তুতি পৰাশৰ, প্ৰয়াসী পৰাশৰ, অৰুণ বৰা, মৃণালদ্বিপ গোস্বামী ৰিতুৰাজ মহন্ত, লাটুমণি ভূঞা, অৰুণ বৰা (কনিষ্ঠ) অৰ্চনা পূজাৰী, ৰাতুল শইকীয়া ইত্যাদি[1]
|
দিছপুৰৰ হাঁহি
|
অভিজিত ভট্টাচাৰ্য
|
মা কালী
|
অভিজিত ভট্টাচাৰ্য
|
৯
|
শৰাইঘাট থিয়েটাৰ (কৃষ্ণানন্দ তামুলী)
|
চক্ৰবেহু
|
অভিজিত ভট্টাচাৰ্য
|
কুমাৰ দীপ, জ্যোতিকা ভূঞা, পংকজ পূজাৰী, দিব্যজ্যোতি ভৰালী, জয় গোস্বামী, মন বাস্তৱ, পংকুল বৰা, আকাশ কুমাৰ, মুন শইকীয়া, চানু ডেকা, মৃদুলা ইংতিপি, সোণালী কাশ্যপ ইত্যাদি।[2]
|
মহাৰণ
|
দেৱজিত শৰ্মা
|
পণবন্দী
|
ধ্ৰুৱজ্যোতি শৰ্মা
|
১০
|
হেঙুল থিয়েটাৰ ()
|
বেকাৰ বাহুবলী
|
ৰাজদীপ
|
প্ৰসেনজিত, শ্যামন্তিকা শৰ্মা, সঞ্জীৱ শৰ্মা, জীৱন হাতীকাকতী, শংকৰ ৰাজখোৱা, দেৱজিত বৰা, সীমান্ত কাশ্যপ, বৰ্ণালী বৰুৱা, দীপজ্যোতি দাস, বীৰেন ভূঞা, ধ্ৰুৱজ্যোতি ঢেকিয়ালফুকন ইত্যাদি। [2]
|
বনৰীয়া
|
ৰাজদ্বীপ
|
দৰাৰ গাড়ী"
|
মৃদুল চুতীয়া
|
১১
|
বৰদৈচিলা থিয়েটাৰ (নজৰুল ইছলাম)
|
কক্ষপথ
|
সতীশ দাস
|
ৰাগ ঐনিতম, অংকিতা শইকীয়া, জয়ন্ত দাস, অমৰ মোক্তাৱ, শোভন বৰা, অবিনাশ হাজৰিকা, কাকু কাকতী, অনুপ ডেকা, হিতেশ, পল্লৱী বৰা, মুন শইকীয়া ইত্যাদি [2]
|
অন্য এক দুৰ্যোধন
|
শ্যাম সুন্দৰ জালান
|
কয়দী
|
অভিজিত ভট্টাচাৰ্য
|
১২
|
বৃন্দাবন থিয়েটাৰ (গণেশ ৰায় মেধি (বংকিম))
|
ৰাজ অট্টালিকা
|
অভিজিত ভট্টাচাৰ্য
|
বিৰাজ বল্লভ, চিন্ময় কটকী, শ্ৰীমন্ত মাধৱ দত্ত, জিতু বৰা, ইতি ফুকন, কাজল, টিংকু ইত্যাদি [2]
|
ৰোমান্স
|
অভিজিত ভট্টাচাৰ্য
|
ৰজনীগন্ধা
|
অভিজিত ভট্টাচাৰ্য
|
১৩
|
চিৰঞ্জীৱ থিয়েটাৰ ()
|
সংগীবিহীন
|
মৃদুল চুতীয়া
|
মৃদুল চুতীয়া, গায়ত্ৰী মহন্ত, জেফ্ৰী বক্সী, কস্তুৰী ফুকন, দুলুমণি ডেকা, ধৰ্মেন্দ্ৰ নাথ, উৎপল ঠাকুৰীয়া, সত্যব্ৰত বৰুৱা, নিৰঞ্জন, অংকুৰজ্যোতি দাস, পুনম বৰা ইত্যাদি [2]
|
জেতুকা পাতৰ ৰং
|
হেমন্ত দত্ত
|
ধুনীয়া ছোৱালীজনী
|
অভিজিত ভট্টাচাৰ্য
|
১৪
|
বীণাপাণি থিয়েটাৰ (প্ৰণৱ বৰ্মন (পুতু))
|
মৰম-এক যন্ত্ৰণা
|
অৱতাৰ সিং
|
ৰমেন তামুলী, পৰেশ হাজৰিকা, সঞ্জীৱ পল, দেৱাশিস শইকীয়া, হোমেশ্বৰ মেধি, পাৰ্থ শৰ্মা, জান বৰা, চন্দ্ৰ হাজৰিকা, বিনীদা দাস, মনীষা বিষয়া, মিছ নেহা, মৌচুমী শৰ্মা ইত্যাদি [1]
|
মাজনিশাৰ অতিথি
|
জিতেন শৰ্মা
|
সেন্দুৰ পিন্ধাব কোনে?
|
ৰমা বৰ্মন
|
১৫
|
ইতিহাস থিয়েটাৰ (অখিল কলিতা)
|
চাৰ্কাচৰ ছোৱালী
|
অভিজিত ভট্টাচাৰ্য
|
ৰাজকুমাৰ, মুনমী ফুকন, মুকিৰ আহমেদ, জোনালী দেৱী, নাজিমূল ইছলাম, দীপাংকৰ মালাকৰ, ত্ৰৈলোক্য বৰুৱা, কবিতা দুৱৰা হেমাংগ ইত্যাদি [1]
|
জতুগৃহ
|
হিল্লোল কুমাৰ পাঠক
|
দুৰন্ত প্ৰেমিক
|
অভিজিত ভট্টাচাৰ্য
|
১৬
|
ৰাজশ্ৰী থিয়েটাৰ (বৰ্ণালী ডেকা)
|
কলংকিনী নায়িকা
|
অভিজিত ভট্টাচাৰ্য
|
জুপিতৰা ভূঞা, মুনমী কলিতা, ৰাতুল দাস, ফ্ৰেংকি বৰুৱা, মৃদুল বৰুৱা, হিৰন্ময় বৰুৱা, অঞ্জনজ্যোতি বেজ, চন্দন বৰা, হৰেন গগৈ, দিব্যজ্যোতি ভৰালী, বন্তি চেতিয়া, পৰিষ্মিতা নাথ ইত্যাদি [1]
|
জীৱন সংগ্ৰাম
|
অভিজিত ভট্টাচাৰ্য
|
দহন
|
চম্পক শৰ্মা
|
১৭
|
শংকৰদেৱ থিয়েটাৰ ()
|
দগাবাজ
|
দেৱজিত ভূঞা
|
|
নিশাৰ উৰুলি
|
হিল্লোল কুমাৰ পাঠক
|
ৰংগীলা বাবু
|
প্ৰদীপ নিশীথ
|
১৮
|
থিয়েটাৰ ভাগ্যদেৱী ()
|
মুখাগ্নি
|
চম্পক শৰ্মা
|
|
মঙলবৰীয়া প্ৰেম
|
মৃদুল চুতীয়া
|
বেতাল পুলিচ
|
ৰাজদীপ
|
(অসমাপ্ত)
লগতে চাওক
তথ্য সংগ্ৰহ
|
|