ৰাজদ্বীপ |
---|
জন্ম |
১৯৮৬, ২০ ছেপ্তেম্বৰ নগাঁও |
---|
পেচা |
নাট্যকাৰ, গীতিকাৰ, লেখক, সমালোচক |
---|
ভাষা |
অসমীয়া |
---|
ৰাষ্ট্ৰীয়তা |
ভাৰতীয় |
---|
নাগৰিকত্ব |
ভাৰতীয় |
---|
শিক্ষা |
অৰ্থনীতি স্নাতকোত্তৰ |
---|
উল্লেখনীয় কৰ্মৰাজি |
MTV Dewarist Memories, খেল-দি গেম, পখী পখী মন মোৰ, বনৰীয়া, বেকাৰ বাহুবলী, প্ৰতিঘাত |
---|
ৱেবছাইট |
http://www.rajdweep.com/ |
ৰাজদ্বীপ অসমৰ এজন সাংবাদিক। অসমীয়া দৈনিক বাতৰি কাকত অসমীয়া খবৰত কৰ্মৰত ৰাজদ্বীপ সাংবাদিকতাৰ উপৰিও নাটক, চিত্ৰনাট্য ৰচনা আৰু সংগীত ৰচনাৰ লগত জড়িত।
শিক্ষা
ৰাজদ্বীপে কটন কলেজৰ পৰা স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে।
কৰ্মৰাজি
সংগীত
নাট্যকাৰ
চিত্ৰনাট্য
গীতিকাৰ
বৰ্ষ |
বোলছবি |
সংগীতকাৰ |
টিপ্পনী
|
২০১৪ |
ৰ'দ্ |
যতীন শৰ্মা |
|
|
ৰাগ |
|
|
|
চিঞৰ |
|
|
২০১৫ |
অহেতুক |
|
|
২০১৬ |
দুৰণিৰ নিৰলা পজা |
|
|
২০১৬ |
বহ্নিমান |
যতীন শৰ্মা |
|
২০১৭ |
দুৰ |
|
|
তথ্য সংগ্ৰহ