ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা (২০১৫-১৬)
#
|
থিয়েটাৰ (প্ৰযোজক)
|
নাটক
|
নাট্যকাৰ
|
অভিনয়ত
|
১
|
ইতিহাস থিয়েটাৰ (সুভাষ চন্দ্ৰ দাস, অখিল কলিতা)
|
ৰিক্সাৱালা
|
অভিজিত ভট্টাচাৰ্য
|
ভৱেশ বৰুৱা, জেফ্ৰি, মৈত্ৰেয়ী গোস্বামী, মুনমী কলিতা, ফ্ৰেংকী বৰুৱা, তাৰক দাস নিৰ্মল দত্ত, নাজিমূল ইছলাম, জিতু বৰা, জয়ন্ত আৰ্য, ভাৰতী কলিতা আদি[1]
|
তেজাল ঘোঁৰা
|
অভিজিত ভট্টাচাৰ্য
|
প্ৰজাপতি
|
হিল্লোল কুমাৰ পাঠক
|
অবুজ মায়া
|
ধ্ৰুৱজ্যোতি শৰ্মা
|
২
|
হেঙুল থিয়েটাৰ ()
|
বলিয়া কৃষ্ণ
|
ৰাজদ্বীপ
|
প্ৰসেনজিত, শ্যমন্তিকা[1], সঞ্জীৱ শৰ্মা, কস্তুৰী ফুকন, আলোকজ্যোতি, দেৱজিৎ, জীৱন হাতীকাকতি, বীৰেন ভূঞা ইত্যাদি
|
চম্বলৰ মজনু
|
অভিজিত ভট্টাচাৰ্য[2]
|
যুঁজ
|
বিনয় শইকীয়া
|
৩
|
আৱাহন থিয়েটাৰ (কৃষ্ণ ৰয়)
|
ৰক্তপান
|
অভিজিত ভট্টাচাৰ্য
|
প্ৰাণজিৎ দাস, অৰূপ বৈশ্য, যোগেশ কাশ্যপ, সংগীতা ডেকা, অৰুণ বৰা, বিকাশ ভৰদ্বাজ, চিমি, মুকিব আহমেদ, ঋতুৰাজ মহন্ত, ৰুবুল শইকীয়া, নৱজিৎ ৰায়, হিমাংশু দাস, অৰ্চনা পূজাৰী ইত্যাদি[2]
|
এখন ঘৰ এজনী নবৌ
|
অভিজিত ভট্টাচাৰ্য
|
মহাজন
|
মুনিন বৰুৱা
|
৪
|
সূত্ৰধাৰ থিয়েটাৰ (ক্ষীৰোদ খনিকৰ)
|
বন্দে মাতৰম
|
সমৰেন্দ্ৰ বৰ্মন
|
স্পন্দন, বিৰাজ বল্লভ, প্ৰদীপ বৰা, দ্বীপেন ভূঞা, জয়ন্ত জীৱন, দুলু বৰদলৈ বিকি কাশ্যপ, নীলোৎপল বৰা, জিতু বৰা, ওমপ্ৰকাশ, জানমণি তামুলী, দেৱীমণি, নিকি দৰ্শনা ইত্যাদি[2]
|
জিলমিল জোনাকত তুমি চয়নিকা
|
অৱতাৰ সিং
|
ভালপোৱা হৃদয়ৰ গান
|
নিৰ্মল দাস
|
৫
|
ভাগ্যদেৱী থিয়েটাৰ[3] (..মজুমদাৰ)
|
মহাপাপ
|
চম্পক শৰ্মা
|
চম্পক শৰ্মা, হৰেণ মালাকৰ, সুৰভি কটকী অৰুণ বৰা, মুহী বৰা, প্ৰমোদ চুতীয়া গুঞ্জন চৌধুৰী, পঞ্চী বৰা, প্ৰিয়া কাশ্যপ ইত্যাদি[2]
|
মোৰ ফেচবুকত তুমি
|
চম্পক শৰ্মা
|
কলংকিনী
|
তিলক বৈশ্য
|
৬
|
শংকৰদেৱ থিয়েটাৰ[3] (বিশ্ব শইকীয়া)
|
ইমান ধুনীয়া সপোন
|
চম্পক শৰ্মা
|
দ্বীপন ভৰালী, মিনাক্ষী নেওগ, অৰুণ বেজবৰুৱা, মধুস্মিতা পাটোৱাৰী বিশাল বৰা, বিকি কাশ্যপ, অবিনাশ হাজৰিকা ইত্যাদি
|
জেহাদ
|
সমৰেন্দ্ৰ বৰ্মণ
|
উলাহে নধৰে হিয়া
|
দেৱজিত শৰ্মা
|
৭
|
শ্ৰীমন্ত থিয়েটাৰ[4] (যোগানন্দ লাহন)
|
এয়ে মোৰ শেষ গান
|
অৱতাৰ সিং
|
যুগল কিশোৰ শইকীয়া, জিতু গগৈ, মাধুৰ্য শইকীয়া, প্ৰাঞ্জল নেওগ, ৰত্ন গগৈ, ৰাজদ্বীপ শইকীয়া, অজন্ত পূজাৰী, মানসী তামূলী, বিনীতা দাস আৰু প্ৰণামী দত্ত
|
ত্যাগ - প্ৰেমৰ এক অন্য নাম
|
অজন্ত পূজাৰী
|
জীৱন মদাহীৰ ছোৱালী
|
ভৱেন বৰুৱা
|
৮
|
প্ৰাৰ্থনা থিয়েটাৰ[4] (বেদান্ত গগৈ)
|
বনকৰা ছোৱালীৰ লাজ
|
সমৰেন্দ্ৰ বৰ্মন
|
ৰমেন তামূলী, চন্দন ডেকা, পংকজ কলিতা, জয় গোস্বামী, শৰৎ শইকীয়া, ৰঞ্জন শান্দিল্য, অগ্নিতা ঠাকুৰীয়া, কবিতা দুৱৰা, ৰঞ্জুশ্ৰী, আৰু মৌচুমী গগৈ
|
ঢাল
|
দেৱজিত শৰ্মা
|
দৌৰ
|
হিল্লোল কুমাৰ পাঠক
|
৯
|
থিয়েটাৰ প্ৰাগজ্যোতিষ ()
|
মন আকাশৰ বেলি
|
অভিজিত ভট্টাচাৰ্য
|
অৰূপ বৰা
|
দাদাগিৰি
|
ৰমা বৰ্মন
|
বদিগাৰ্ড
|
অৱতাৰ সিং
|
বেজ কন্যা জোস্না
|
|
১০
|
থিয়েটাৰ সূৰ্য ()
|
আৰ্মী
|
অভিজিত ভট্টাচাৰ্য
|
তপন দাস, ৰাজকুমাৰ
|
ভগৱান
|
অভিজিত ভট্টাচাৰ্য
|
দণ্ডনায়ক
|
সমৰেন্দ্ৰ বৰ্মণ
|
১১
|
কহিনুৰ থিয়েটাৰ[5] (ৰতন লহকৰ)
|
ডি এছ পি দূৰ্গা
|
অভিজিৎ ভট্টাচাৰ্য
|
মৈত্ৰেয়ী প্ৰিয়দৰ্শিনী, দিব্যজ্যোতি কাশ্যপ, মহেশ বৰা, ৰাজশ্ৰী বৰা, বিনীতা ৰাজখোৱা আদি
|
চক্ৰবেহু
|
হেমন্ত দত্ত
|
গুপুতে গুপুতে
|
ভাস্কৰ বৰ্মন
|
১২
|
ৰাজতিলক থিয়েটাৰ[5] ()
|
জলদস্যু
|
অভিজিৎ ভট্টাচাৰ্য
|
যতীন বৰা, অংকিতা শইকীয়া
|
পাগ্লা হাৱা
|
|
অনুভূতি
|
|
১৩
|
জাগ্ৰভি থিয়েটাৰ ()
|
মুখাৰ আঁৰৰ মুখ
|
মুনিন বৰুৱা
|
অৰুণ হাজৰিকা, পল ফুকন অঞ্জলী ছেত্ৰী [6]
|
ৰাসলীলা
|
চম্পক শৰ্মা
|
কোন তুমি
|
চম্পক শৰ্মা
|
১৪
|
ৰাজশ্ৰী থিয়েটাৰ[6] ()
|
মিৰি জীয়ৰী
|
হেমন্ত দত্ত
|
আশা বৰদলৈ, ৰবি শৰ্মা ইত্যাদি
|
দেৱদাসী
|
অভিজিত ভট্টাচাৰ্য
|
লংকাবিহীন ৰাৱণ
|
মৃদুল চুতিয়া
|
১৫
|
বৃন্দাবন থিয়েটাৰ ()
|
ৰামলীলা
|
অভিজিৎ ভট্টাচাৰ্য
|
মৃদুল ভূঞা ,পৰাগ শৰ্মা, মুনমী ফুকন [6]
|
টাইটানিক
|
|
মুক্তিযোদ্ধাৰ প্ৰেয়সী
|
|
১৬
|
বৰদৈচিলা থিয়েটাৰ ()
|
তাণ্ডৱ নাচ
|
অভিজিৎ ভট্টাচাৰ্য
|
[6]
|
নসাজেৰে সজাম তোমাক
|
সতীস দাস
|
ঠিকনাবিহীন ঠিকনা
|
শ্যামসুন্দৰ জালান
|
১৭
|
শৰাইঘাট থিয়েটাৰ ()
|
সূৰ্যগ্ৰহণ
|
|
পৰেশ গোস্বামী, পৱিত্ৰপ্ৰাণ বৰা, ননী দেৱী আদি [6]
|
মহানায়ক
|
|
ৰণশিঙা
|
|
(অসমাপ্ত)
লগতে চাওক
তথ্য সংগ্ৰহ
- ↑ 1.0 1.1 চিত্ৰবাণী, বুধবৰীয়া পৰিপূৰিকা বহুমুখ, আমাৰ অসম, পৃঃ ৪, ৬ মে, ২০১৫
- ↑ 2.0 2.1 2.2 2.3 চিত্ৰবাণী, বুধবৰীয়া পৰিপূৰিকা বহুমুখ, আমাৰ অসম, পৃঃ ৪, ৬ মে, ২০১৫
- ↑ 3.0 3.1 "সাদিন (বিনোদন শিতান)". ২৯ মে', ২০১৫. পৃষ্ঠা ১৩.
- ↑ 4.0 4.1 চিত্ৰবাণী পৃষ্ঠা, আমাৰ অসম, ২৬ জুন, ২০১৫
- ↑ 5.0 5.1 আমাৰ অসম, চিত্ৰবাণী পৃষ্ঠা, ১০ জুলাই, ২০১৫
- ↑ 6.0 6.1 6.2 6.3 6.4 সাংস্কৃতিকী পৃষ্ঠা, আমাৰ অসম, ১৪ জুলাই, ২০১৫
|
|