এই প্ৰবন্ধটো মহানগৰ জিলাখনৰ বিষয়ে। গ্ৰাম জিলাখনৰ বাবে
কামৰূপ জিলা চাওক।
কামৰূপ মহানগৰ জিলা |
---|
|
অসমত কামৰূপ মহানগৰৰ অৱস্থান |
দেশ |
ভাৰত |
---|
ৰাজ্য |
অসম |
---|
প্ৰশাসনিক বিভাগ |
নামনি অসম |
---|
সদৰ |
গুৱাহাটী |
---|
মহকুমা |
কামৰূপ মহানগৰ সদৰ |
---|
চৰকাৰ |
---|
• লোকসভা সমষ্টি |
গুৱাহাটী |
---|
• বিধানসভা সমষ্টি |
জালুকবাৰী (৫১), দিশপুৰ (৫২), পূব গুৱাহাটী (৫৩), পশ্চিম গুৱাহাটী (৫৪) |
---|
কালি |
---|
• মুঠ |
955 km2 (369 sq mi) |
---|
জনসংখ্যা |
---|
• মুঠ |
12,53,938 |
---|
• ঘনত্ব |
1,300/km2 (3,400/sq mi) |
কামৰূপ মহানগৰ জিলা অসমৰ ৩৩খন জিলাৰ ভিতৰত এখন।
ইতিহাস
কামৰূপ মহানগৰ জিলাখন ২০০৩ চনৰ ৩ ফেব্ৰুৱাৰীত পুৰণি কামৰূপ জিলাখনক দুভাগত বিভক্ত কৰি গঠন কৰা হয়।[2]
ভুগোল
কামৰূপ মহানগৰ জিলাৰ প্ৰশাসনিক কেন্দ্ৰ গুৱাহাটী মহানগৰত অৱস্থিত।[3] জিলাখনে মুঠ ৯৫৫ বৰ্গ কিলোমিটাৰ ঠাই আৱৰি আছে।
জনগাঁথনি
২০১১ চনৰ লোকপিয়ল অনুসৰি কামৰূপ মহানগৰ জিলাৰ জনসংখ্যা ১২,৫৩,৯৩৮ জন।[1] এই সংখ্যা ইষ্ট'নিয়া দেশৰ জনসংখ্যাৰ লগত[4] বা আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউ হেম্পশ্বায়াৰ ৰাজ্যৰ লগত মিলে।[5] জনসংখ্যাৰ দিশৰপৰা ভাৰতৰ মুঠ ৬৪০খন জিলাৰ ভিতৰত ইয়াৰ স্থান ৩৮৪তম।[1] জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ১,৩১৩ জন।[1] ২০০১-২০১১ চনৰ কলছোৱাত ইয়াৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ১৮.৩৪%।[1] কামৰূপ মহানগৰ জিলাত প্ৰতি ১০০০ জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৩৬ গৰাকী[1] আৰু সাক্ষৰতাৰ হাৰ ৮৮.৭১%।[1]
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ