অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকা
ৰাষ্ট্ৰীয় উদ্যানসমূহ
ক্ৰমিক নং
|
চিত্ৰ
|
ৰাষ্ট্ৰীয় উদ্যান
|
অৱস্থিতি
|
মাটিকালি (বৰ্গ কিঃমিঃ)
|
প্ৰাপ্য জীৱ-জন্তু/ আন আকৰ্ষণ
|
১
|
|
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
|
গোলাঘাট জিলা, নগাঁও
|
১০৯০km²[1]
|
গঁড়, বাঘ, বনৰীয়া ম'হ, হলৌ বান্দৰ, হাতী, বৰা, শিহু
|
২
|
|
ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান
|
তিনিচুকীয়া জিলা, ডিব্ৰুগড়
|
৩৪০km²
|
অন্য ঘৰচীয়া ঘোঁৰা, বনৰীয়া ম'হ
|
৩
|
|
ওৰাং ৰাষ্ট্ৰীয় উদ্যান
|
দৰং জিলা, শোণিতপুৰ জিলা
|
৭৮.৮১km²
|
গঁড়, বাঘ, হাতী
|
৪
|
|
মানস ৰাষ্ট্ৰীয় উদ্যান
|
বাক্সা জিলা
|
৯৫০km²
|
বাঘ, বনৰীয়া ম'হ, সোণালী বান্দৰ, নল গাহৰি, গঁড়
|
৫
|
|
নামেৰী ৰাষ্ট্ৰীয় উদ্যান
|
শোণিতপুৰ জিলা
|
২০০km²
|
বাঘ, ধনেশ, দেওহাঁহ, সোণালী মহাচিৰ (মাছ)
|
৬
|
|
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান
|
ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা
|
২৩৪.২৬km²
|
হাতী, বাঘ, হলৌ বান্দৰ, দেওহাঁহ, ধনেশ
|
৭
|
|
ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান
|
কোকৰাঝাৰ
|
৪২২km²
|
সোণালী বান্দৰ, হাতী, নাহৰফুটুকী বাঘ, বনৰীয়া ম'হ, ফুটুকী হৰিণ, ধনেশ
|
অভয়াৰণ্যসমূহ
ক্ৰমিক নং
|
চিত্ৰ
|
অভয়াৰণ্য
|
অৱস্থিতি
|
মাটিকালি (বৰ্গ কিঃমিঃ)
|
প্ৰাপ্য জীৱ-জন্তু/ আন আকৰ্ষণ
|
১
|
|
পবিতৰা অভয়াৰণ্য
|
মৰিগাঁও জিলা
|
৩৮.৮০
|
গঁড়, নাহৰ ফুটুকী, হুগৰি পহু, বিভিন্ন প্ৰকাৰৰ মাছ
|
২
|
|
ভেঁৰজান-বৰাজান-পদুমনি অভয়াৰণ্য
|
তিনিচুকীয়া জিলা
|
৭.২২
|
হলৌ বান্দৰ, নাহৰ ফুটুকী, টুপীয়া বান্দৰ
|
৩
|
|
পানী দিহিং অভয়াৰণ্য
|
শিৱসাগৰ জিলা
|
৩৩.৯৩
|
হাতী, পৰিভ্ৰমী চৰাই
|
৪
|
|
হোলোঙাপাৰ গিবন অভয়াৰণ্য
|
যোৰহাট জিলা
|
২০.৯৮
|
হলৌ বান্দৰ, হাতী, বান্দৰ
|
৫
|
|
নামবৰ অভয়াৰণ্য
|
গোলাঘাট জিলা, কাৰ্বি আংলং জিলা
|
৩৭
|
শৰপহু, হাতী, হলৌ বান্দৰ, বাঘ
|
৬
|
|
গৰমপানী অভয়াৰণ্য
|
গোলাঘাট জিলা, কাৰ্বি আংলং জিলা
|
৬.৩৫
|
হাতী, অৰ্কিড, গৰম পানীৰ উঁহ (উষ্ণ প্ৰস্ৰৱন)
|
৭
|
|
নামবৰ-দৈগ্ৰুং অভয়াৰণ্য
|
গোলাঘাট জিলা, কাৰ্বি আংলং জিলা
|
৯৭.১৫[2]
|
শৰপহু, হাতী, হলৌ বান্দৰ
|
৮
|
|
পূব কাৰ্বি আংলং অভয়াৰণ্য
|
কাৰ্বি আংলং জিলা
|
২২২
|
শৰপহু, হাতী, হলৌ বান্দৰ, বাঘ
|
৯
|
|
সোণাই-ৰূপাই অভয়াৰণ্য
|
শোণিতপুৰ জিলা
|
২৩০
|
শৰপহু, হাতী, দেওঁহাঁহ, বাঘ
|
১০
|
|
বৰনদী অভয়াৰণ্য
|
বাক্সা জিলা, ওদালগুৰি জিলা
|
২৬.২২
|
নল গাহৰি, বনৰৌ, হাতী, কেটেলা পহু
|
১১
|
|
চক্ৰশিলা অভয়াৰণ্য
|
ধুবুৰী জিলা
|
৪৫.৫০
|
সোণালী বান্দৰ, শৰ, হৰিণা
|
১২
|
|
আমচোং অভয়াৰণ্য
|
কামৰূপ মহানগৰ জিলা
|
৭৮.৬৪
|
হাতী, শৰ, হলৌ বান্দৰ, নাহৰ ফুটুকী
|
১৩
|
|
লাওখোৱা অভয়াৰণ্য
|
নগাঁও জিলা
|
৭০.১৩
|
হাতী, বাঘ, বনৰীয়া ম'হ
|
১৪
|
|
বুঢ়া চাপৰি অভয়াৰণ্য
|
শোণিতপুৰ জিলা
|
৪৪.০৬
|
হাতী, বাঘ, বনৰীয়া ম'হ
|
১৫
|
|
মাৰাট লংৰি অভয়াৰণ্য
|
কাৰ্বি আংলং জিলা
|
৪৫১.০০
|
বাঘ, নাহৰ ফুটুকী, হাতী, হলৌ বান্দৰ, জহামল, হুগৰি পহু, শৰপহু
|
১৬
|
|
বৰাইল অভয়াৰণ্য
|
ডিমা হাছাও জিলা
|
৩২৬.২৫
|
ভালুক, হলৌ বান্দৰ, অৰ্কিড
|
প্ৰস্তাৱিত অভয়াৰণ্যসমূহ
পক্ষী উদ্যানসমূহ
- বৰদৈবাম বিলমুখ পক্ষী উদ্যান
তথ্য সংগ্ৰহ
- A Glimpse of National Parks...... Director, Forest Communnication, Forest Dept. Assam 2006
বাহ্যিক সংযোগ
|
---|
| ৰাষ্ট্ৰীয় উদ্যান | | |
---|
| অভয়াৰণ্য | |
---|
| পক্ষী উদ্যান | |
---|
| সংৰক্ষিত বনাঞ্চল | |
---|
| প্ৰস্তাৱিত অভয়াৰণ্য | |
---|
|
|
|