এওঁলোকে আৱিষ্কাৰ কৰিছিল যে পৰিণত কোষকো পুনৰ প্ৰ'গ্ৰাম কৰি প্লুৰিপ'টেণ্ট কোষত পৰিণত কৰিব পৰা যায় ("for the discovery that mature cells can be reprogrammed to become pluripotent")[1]
এই বৰ্ষৰ বঁটা দুভাগ কৰি এভাগ ব্ৰুচ বিউট্লাৰ আৰু জুল হফ্মেনলৈ দিয়া হয় তেওঁলোকৰ "জন্মগত প্ৰতিৰোধী ব্যৱস্থাৰ সক্ৰিয়কৰণ সম্পৰ্কীয় আৱিষ্কাৰ সমূহৰ বাবে" ("for their discoveries concerning the activation of innate immunity")। বঁটাৰ বাকী অংশ ৰাল্ফ ষ্টেইনমেনলৈ আগবঢ়োৱা হয়, "তেখেতে আৱিষ্কাৰ কৰা ডেনড্ৰাইটিক কোষ আৰু অভিযোজ্য প্ৰতিৰোধী ব্যৱস্থাত ইয়াৰ ভূমিকা সম্বন্ধীয় গৱেষণাৰ বাবে" ("for his discovery of the dendritic cell and its role in adaptive immunity".)[2]