এওঁলোকে আৱিষ্কাৰ কৰিছিল যে পৰিণত কোষকো পুনৰ প্ৰ'গ্ৰাম কৰি প্লুৰিপ'টেণ্ট কোষত পৰিণত কৰিব পৰা যায় ("for the discovery that mature cells can be reprogrammed to become pluripotent")[3]
যিজনে দৃষ্টিভ্ৰমিত বাস্তৱতাৰে লোক-সাধু, বুৰঞ্জী আৰু সমসাময়িকক বান্ধি ৰাখিবলৈ সক্ষম ("who with hallucinatory realism merges folk tales, history and the contemporary").[4]
ছয় দশকতকৈও বেছি সময় ধৰি ইউৰোপত গণতন্ত্ৰ, মানৱ অধিকাৰ লগতে শান্তি আৰু সম্প্ৰীতি অটুট ৰখাৰ বাবে কাৰ্যৰত হৈ থকাৰ বাবে ("for over six decades contributed to the advancement of peace and reconciliation, democracy and human rights in Europe".)[5]