"আংশিক আয়নীয় উত্তেজনা সম্বলিত এক নতুন ধৰণৰ কোৱাণ্টাম তৰল আৱিষ্কাৰৰ বাবে" ("for their discovery of a new form of quantum fluid with fractionally charged excitations")
"হৃদ-ৰক্তবাহী তন্ত্ৰত নাইট্ৰিক অক্সাইড অণুৱে সংকেতবাহকৰ কাম কৰে, এই আৱিষ্কাৰৰ বাবে" ("for their discoveries concerning nitric oxide as a signalling molecule in the cardiovascular system")
"যাৰ কল্পনা, দৰদ আৰু ব্যংগৰে পূৰ্ণ গাঁথাবোৰে আমাক বাস্তৱৰ ৰহস্যক আকৌ এবাৰ চাবলৈ বাধ্য কৰে" ("who with parables sustained by imagination, compassion and irony continually enables us once again to apprehend an elusory reality")
"উত্তৰ আয়াৰলেণ্ডৰ সংঘাটৰ এক শান্তিময় সমাধানৰ বাবে তেওঁলোকে কৰা প্ৰচেষ্টাৰ বাবে" ("for their efforts to find a peaceful solution to the conflict in Northern Ireland")