প্ৰেম আৰু প্ৰেম (ইংৰাজী: Prem Aru Prem) হৈছে ২০০২ চনত মুক্তি পোৱা এখন অসমীয়া ৰোমাণ্টিক ড্ৰামা চলচ্চিত্ৰ। চলচ্চিত্ৰখন পৰিচালনা কৰিছে শম্ভু গুপ্তা আৰু প্ৰযোজনা কৰিছে কৰেন্দ্ৰ কলিতাই। সংগীত ৰচনা কৰিছে জুবিন গাৰ্গে। প্ৰেম আৰু প্ৰেমৰ যোগেদি আইমী বৰুৱা আৰু গায়ত্ৰী মহন্তই চলচ্চিত্ৰাভিনয়ৰ পাতনি মেলিছিল।[1]
অভিনয়ত
সংগীত
প্ৰেম আৰু প্ৰেম |
---|
চলচ্চিত্ৰ সংগীত |
---|
মুক্তি |
২০০১ |
---|
বাণীবন্ধন |
২০০১ |
---|
শৈলী/ধৰণ |
বোলছবি সংগীত |
---|
ভাষা |
অসমীয়া |
---|
পৰিচালক |
জুবিন গাৰ্গ |
---|
জুবিন গাৰ্গ কালক্ৰম |
---|
|
ছবিখনৰ সংগীত চাউণ্ডট্ৰেক ৰচনা কৰিছে জুবিন গাৰ্গে। গীত লিখিছে হেমন্ত দত্ত, জুবিন গাৰ্গ আৰু দিগন্ত ভাৰতীয়ে।
|
|
1. |
"চকুৱে চকুৱে চিনাকি" | জুবিন গাৰ্গ, জংকী বৰঠাকুৰ, সাগৰিকা, মহালক্ষ্মী আয়াৰ |
৪:৫৪ |
2. |
"বিয়পি বিয়পি" | জুবিন গাৰ্গ, জংকী বৰঠাকুৰ, শ্বেতা চেট্টী |
৪:২৩ |
3. |
"মুকলি মন" | জুবিন গাৰ্গ, সাগৰিকা, অৰ্ণৱ চক্ৰৱৰ্তী, শাশ্বতী ফুকন |
৫:১৫ |
4. |
"মৰম এধানি মৰম" | জুবিন গাৰ্গ, অনিন্দিতা পাল |
৪:৫৩ |
5. |
"মমৰ শিখাটি যে জ্বলে" | জুবিন গাৰ্গ |
৫:১৮ |
6. |
"মুকুতা মুকুতা মনৰ" | অৰ্ণৱ ভট্টাচাৰ্য, নিৰ্মালী দাস, শাশ্বতী ফুকন |
৫:০৬ |
7. |
"বৰ মজা নহয়" | জুবিন গাৰ্গ, কাশ্মীৰি শইকীয়া বৰুৱা, নিৰ্মালী দাস, সাগৰিকা |
৩:০৭ |
8. |
"প্ৰেম আৰু প্ৰেম" | জুবিন গাৰ্গ |
২:১০ |
তথ্যসূত্ৰ
বাহ্যিক সংযোগ
|
---|
| দশক | | |
---|
| চলচ্চিত্ৰ পৰিচালক | |
---|
| সঙ্গীত পৰিচালক | |
---|
| অভিনেতা | |
---|
| অভিনেত্ৰী | |
---|
| অন্য বিষয় | |
---|
| |
|