ডোগ্ৰী ভাষা
ডোগ্ৰী ভাষা (স্থানীয় বানান অনুসৰি डोगरी বা ﮈﻭﮔﺮﻯ) ভাৰত-আৰ্য ভাষা। ই প্ৰায় ২০ লাখ মানুহৰ ভাষা। ভাৰত আৰু পাকিস্তানত, বিশেষকৈ ভাৰতৰ জম্মু আৰু কাশ্মীৰৰ জম্মু অঞ্চলত আৰু উত্তৰ পঞ্জাব, হিমাচল প্ৰদেশ আৰু কাশ্মীৰৰ অন্যান্য অঞ্চলত[1] পাকিস্তানৰ পঞ্জাব অঞ্চলত[2] এই
ভাষা প্ৰচলিত। ডোগ্ৰীভাষী মানুহক ডোগ্ৰা বোলা হয়, আৰু ডোগ্ৰীভাষী অঞ্চলক বোলা হয় ডুগ্গাৰ। ডোগ্ৰী ইণ্ডো-আৰ্য ভাষাসমূহৰ পশ্চিম পাহাৰী দলৰ এটা ভাষা। পাকিস্তানত আৰু পাকিস্তান-নিয়ন্ত্ৰিত কাশ্মীৰত ইয়াক পাহাৰী ভাষা (पहाड़ी বা ﭘﮭﺎﮌﯼ) নামেৰেও অবিহিত কৰা হয়। ডোগ্ৰী এটা সুৰপ্ৰধান ভাষা, যিটো ইণ্ডো-ইউৰোপীয় ভাষাসমূহৰ মাজত এটা ব্যতিক্ৰম। পঞ্জাবী আৰু পশ্চিম পাহাৰী ভাষাবিলাকো সুৰপ্ৰধান।
লিপি
ডোগ্ৰী আদিতে তাকৰি লিপিত লেখা হৈছিল। তাকৰি লিপিৰ সৈতে কাশ্মিৰী ভাষা লিখতে ব্যৱহৃত কৰা শাৰদা লিপি আৰু পঞ্জাবী ভাষা লিখাত ব্যৱহৃত গুৰুমুখী লিপিৰ সৈতে মিল আছিল। বৰ্তমানে ই দেৱনাগৰী লিপিৰে অথবা নাস্তালিক লিপিৰে (পাকিস্তান আৰু পাকিস্তান নিয়ন্ত্ৰিত কাশ্মীৰত) লিখা হয়।
তথ্যসূত্ৰ
- ↑ "Dogri" (en ভাষাত). Ethnologue. https://www.ethnologue.com/language/doi। আহৰণ কৰা হৈছে: 2022-07-15.
- ↑ Cultural Forum. India (Republic) Ministry of Scientific Research and Cultural Affairs.. 1970. পৃষ্ঠা. 24. https://books.google.com/books?id=OjaTSuLMKx8C&q=Shakargarh.
|
---|
| কেন্দ্ৰীয় চৰকাৰ পৰ্য্যায়ৰ চৰকাৰী ভাষাসমূহ | |
---|
| ৰাজ্য পৰ্য্যায়ৰ চৰকাৰী ভাষাসমূহ | |
---|
|
পৃথিৱীৰ প্ৰধান ভাষাসমূহ |
---|
| ইণ্ডো-আৰ্য / ইন্দো-ইউৰোপীয় |
- অসমীয়া,
- উৰ্দু,
- ওড়িয়া,
- কাশ্মিৰী,
- কোংকণী
- গুজৰাটী,
- ডোগ্ৰী,
- দিভেহী,
- নেপালী,
- পঞ্জাবী,
- ফিজি হিন্দী,
- বাংলা,
- ভোজপুৰী,
- মাৰাঠী,
- মৈথিলী,
- সংস্কৃত,
- সিংহল,
- সিন্ধী,
- হিন্দী।
|
---|
| অন্যান্য ইন্দো-ইউৰোপীয় | |
---|
| দ্ৰাবিড় | |
---|
| পূৱ এছিয় | |
---|
| দক্ষিণ-পূৱ এছিয় |
ইন্দোনেছীয়,
খামেৰ,
ছামোৱান,
ছেবুয়ানো,
জাভানীয়,
তাগালোগ,
থাই,
ভিয়েটনামীয়,
মান (বাৰ্মীজ),
মাৱৰী,
মালাগাছি,
মালয়,
লাও,
সুন্দানীয়,
হাৱাইয়ান। |
---|
| আফ্ৰো-এছিয় | |
---|
| ইৰানীয় | |
---|
| তুৰ্কীয় | |
---|
| জাৰ্মানীয় | |
---|
| ৰোমান | |
---|
| স্লাভীয় |
আলবেনিয়ান,
ইউক্ৰেনীয়,
ক্ৰোয়েছীয়,
চাৰ্বীয়,
চেক,
পোলীয়,
বচনীয়,
বেলাৰুছীয়,
বুলগেৰীয়,
মেচিডোনীয়,
ৰুছ,
স্লোভাক,
স্লোভেনীয়। |
---|
| কেল্টীয় | |
---|
| নাইজাৰ-কঙ্গো |
ইগবো,
ইয়োৰুবা,
ৱল্ফ,
খোসা,
গবে,
চিচেওয়া,
ছোথো,
জুলু,
তিগ্ৰিনিয়া,
ফুলা,
বাণ্টু (স্বাজী),
ভেণ্ডা,
মান্দিং,
লিংগালা,
সুয়ানা,
স্বাহিলী,
সোনিনকে
হাউচা। |
---|
| ককেছিয় | |
---|
| উৰালীয় | |
---|
| নীল-চাহাৰা | |
---|
| আমেৰিকাৰ আদিবাসী | |
---|
| নিৰ্মিত ভাষা | |
---|
|
|
|