খাছী ভাষা
খাছী বা খাচি ভাষা এটা অষ্ট্ৰো-এছীয় ভাষা, যিটো মূলতঃ ভাৰতৰ মেঘালয় ৰাজ্যত প্ৰচলিত। খাছী ভাষাৰ প্ৰায় ৯ লাখ মানুহৰ বেছিভাগেই মেঘালয় ৰাজ্যত বাস কৰে। অসম আৰু বাংলাদেশতো কিছু সংখ্যক খাছী ভাষাৰ মানুহ আছে। খাছী ভাষাৰ মৌখিক সাহিত্য লোককথা আৰু লোকগাথাৰে সমৃদ্ধ।
জনসংখ্যা
ভাৰতত (২০১১ চনৰ হিচাপত) খাছী ভাষা স্থানীয়ভাৱে ১,০৩৮,০০০ লোকে কয়। মেঘালয়ৰ জনসংখ্যাৰ এক তৃতীয়াংশ বা ৯ লাখ ৯৭ হাজাৰ লোকৰ ই প্ৰথম ভাষা আৰু ইয়াৰ ভাষীসকল বেছিভাগেই খাচী পাহাৰ আৰু জয়ন্তীয়া পাহাৰ অঞ্চলত পোৱা যায়। ভাৰতৰ চুবুৰীয়া ৰাজ্যসমূহতো সৰু সৰু খাচী ভাষী সম্প্ৰদায় আছে, ইয়াৰে আটাইতকৈ ডাঙৰ জনগোষ্ঠীটো অসমত: ৩৪,৬০০ জন। বাংলাদেশতো অতি কম সংখ্যক খাছী ভাষাৰ মানুহ আছে।
লিপি
আগতে খাচী ভাষাৰ নিজস্ব কোনো লিপি নাছিল। ১৮১৩ চনৰ পৰা ১৮৩৮ চনলৈ উইলিয়াম কেৰীয়ে পূব নাগৰী লিপিত ভাষাটো লিখাৰ প্ৰয়াস কৰিছিল।[2] পিছলৈ এই লিপিত বহু খাচী গ্ৰন্থ ৰচনা কৰা হয়। ইয়াৰ ভিতৰত উল্লেখযোগ্য হ’ল Ka Niyiom Jong Ka Khasi বা খাচীসকলৰ নিয়মৰ কিতাপ; ই চেং খাচী ধৰ্মৰ এক গুৰুত্বপূৰ্ণ পাণ্ডুলিপি। ৱেলছৰ এজন মিছনেৰী থমাছ জ’নে ১৮৪১ চনত ৰোমান লিপিত এই ভাষা লিখিছিল। সেয়েহে খাচী ভাষাৰ বাবে ব্যৱহৃত ৰোমান লিপিত ৱেলছ লিপিৰ প্ৰভাৱ দেখা যায়। বৰ্তমান খাচী ভাষা ৰোমান লিপিত লিখা হয়।
বৰ্ণমালা
- ডাঙৰ হাতৰ A, B, K, D, E, G, Ng, H, I, Ï, J, L, M, N, Ñ, O, P, R, S, T, U, W, Y.
- সৰু হাতৰ a, b, k, d, e, g, ng, h, i, ï, j, l, m, n, ñ, o, p, r, s, t, u, w, y.
তথ্যসূত্ৰ
- ↑ Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "Khasi". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/khas1269.
- ↑ "ScriptSource – Khasi". scriptsource.org. https://scriptsource.org/cms/scripts/page.php?item_id=language_detail&key=kha। আহৰণ কৰা হৈছে: 28 February 2022.
|
---|
| কেন্দ্ৰীয় চৰকাৰ পৰ্য্যায়ৰ চৰকাৰী ভাষাসমূহ | |
---|
| ৰাজ্য পৰ্য্যায়ৰ চৰকাৰী ভাষাসমূহ | |
---|
|
পৃথিৱীৰ প্ৰধান ভাষাসমূহ |
---|
| ইণ্ডো-আৰ্য / ইন্দো-ইউৰোপীয় |
- অসমীয়া,
- উৰ্দু,
- ওড়িয়া,
- কাশ্মিৰী,
- কোংকণী
- গুজৰাটী,
- ডোগ্ৰী,
- দিভেহী,
- নেপালী,
- পঞ্জাবী,
- ফিজি হিন্দী,
- বাংলা,
- ভোজপুৰী,
- মাৰাঠী,
- মৈথিলী,
- সংস্কৃত,
- সিংহল,
- সিন্ধী,
- হিন্দী।
|
---|
| অন্যান্য ইন্দো-ইউৰোপীয় | |
---|
| দ্ৰাবিড় | |
---|
| পূৱ এছিয় | |
---|
| দক্ষিণ-পূৱ এছিয় |
ইন্দোনেছীয়,
খামেৰ,
ছামোৱান,
ছেবুয়ানো,
জাভানীয়,
তাগালোগ,
থাই,
ভিয়েটনামীয়,
মান (বাৰ্মীজ),
মাৱৰী,
মালাগাছি,
মালয়,
লাও,
সুন্দানীয়,
হাৱাইয়ান। |
---|
| আফ্ৰো-এছিয় | |
---|
| ইৰানীয় | |
---|
| তুৰ্কীয় | |
---|
| জাৰ্মানীয় | |
---|
| ৰোমান | |
---|
| স্লাভীয় |
আলবেনিয়ান,
ইউক্ৰেনীয়,
ক্ৰোয়েছীয়,
চাৰ্বীয়,
চেক,
পোলীয়,
বচনীয়,
বেলাৰুছীয়,
বুলগেৰীয়,
মেচিডোনীয়,
ৰুছ,
স্লোভাক,
স্লোভেনীয়। |
---|
| কেল্টীয় | |
---|
| নাইজাৰ-কঙ্গো |
ইগবো,
ইয়োৰুবা,
ৱল্ফ,
খোসা,
গবে,
চিচেওয়া,
ছোথো,
জুলু,
তিগ্ৰিনিয়া,
ফুলা,
বাণ্টু (স্বাজী),
ভেণ্ডা,
মান্দিং,
লিংগালা,
সুয়ানা,
স্বাহিলী,
সোনিনকে
হাউচা। |
---|
| ককেছিয় | |
---|
| উৰালীয় | |
---|
| নীল-চাহাৰা | |
---|
| আমেৰিকাৰ আদিবাসী | |
---|
| নিৰ্মিত ভাষা | |
---|
|
|
|