জিতু ৰায়

জিতু ৰায়
ব্যক্তিগত তথ্যাৱলী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
জন্ম ২৬ আগষ্ট, ১৯৮৭ (৩৭ বছৰ)[1]
শংখোৱাসাভা, নেপাল
উচ্চতা 5 ফুট 3 ইঞ্চি (160 cm)
ওজন ৬৮ kg
ক্ৰীড়া
দেশ ভাৰত
ক্ৰীড়া শ্বুটিং
শিতান ১০ মিটাৰ Air পিষ্টল
৫০ মিটাৰ Air পিষ্টল

জিতু ৰায় (জন্ম: ২৬ আগষ্ট, ১৯৮৭) এজন নেপালী মূলৰ ভাৰতীয় শ্বুটাৰ। তেওঁ সাধাৰণতে ১০ মিটাৰ Air পিষ্টল আৰু ৫০ মিটাৰ Air পিষ্টল ইভেণ্টত প্ৰতিদ্বন্দ্বিতা কৰে। ভাৰত চৰকাৰে ক্ৰীড়াক্ষেত্ৰত তেওঁৰ অনবদ্য অৱদানৰ বাবে তেওঁক ২০১৫-১৬ বৰ্ষৰ ৰাজীৱ গান্ধী খেলৰত্ন বঁটা প্ৰদান কৰিছে।[2]

প্ৰাৰম্ভিক জীৱন

কৰ্মজীৱন

গ্ৰীষ্মকালীন অলিম্পিক

Year Event Rank Notes
ৰিঅ ২০১৬
১০ মিটাৰ air পিষ্টল
৫০ মিটাৰ air পিষ্টল ১২

তথ্য সংগ্ৰহ