{
{infobox website | name = কুৰ্দিচ ৱিকিপিডিয়া | logo = | screenshot = | collapsible = yes | caption = | slogan = মুক্ত বিশ্বকোষ | url = ku.wikipedia.org (Kurmanji)ckb.wikipedia.org (Sorani) | commercial = নহয় | launch date = | type = ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প | language = কুৰ্দিচ | registration = বৈকল্পিক | owner = ৱিকিমিডিয়া ফাউণ্ডেশ্যন | author = }} কুৰ্দিচ ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ কুৰ্দিচ সংস্কৰণ। এই ৱিকিপিডিয়া দুভাগত বিভক্ত (কুৰ্মাঞ্জি কুৰ্দিচ আৰু ছোৰানি কুৰ্দিচ)। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ৯০,৪৪৮ টা কুৰ্মাঞ্জি কুৰ্দিচ[1] আৰু ৭৩,৩২৭ টা ছোৰানি কুৰ্দিচ[2] প্ৰবন্ধ আছে।