৫২বি নং ৰাষ্ট্ৰীয় ঘাইপথ (ইংৰাজী: National Highway 52B, চমুকৈ NH 52B) অসমৰ কুলাজান আৰু ডিব্ৰুগড়ৰ মাজত সংযোগ স্থাপন কৰিছে। এই ঘাইপথটো কুলাজানত আৰম্ভ হৈ ডিব্ৰুগড়ত শেষ হৈছে। এই ৫২ৰাষ্ট্ৰীয় ঘাইপথটোৰ দৈৰ্ঘ্য হৈছে ৩১ কিঃমিঃ (১৯ মাইল)।[1]
লগতে চাওক
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ