২০০৭ চনৰ আইচিচি বিশ্ব টি-২০ প্ৰথম আইচিচি বিশ্ব টি-২০ প্ৰতিযোগিতা। ২০০৭ চনৰ ১১ ছেপ্টেম্বৰৰ পৰা ২৪ ছেপ্টেম্বৰলৈ দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হৈছিল টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰতিযোগিতা। তেৰ দিনীয়া এই প্ৰতিযোগিতাত মুঠ বাৰটা দলে অংশগ্ৰহণ কৰে। ইয়াৰে দহটা দল টেষ্ট খেলা দেশ আৰু বাকী দুটা দল কেনিয়া আৰু স্কটলেণ্ড ২০০৭ চনৰ আইচিচি বিশ্ব ক্ৰিকেট লীগ ডিভিজন ৱানৰ চূড়ান্ত প্ৰতিযোগী। পাকিস্তানক পৰাস্ত কৰি ভাৰতে এই প্ৰতিযোগিতাত জয়লাভ কৰে।[1]
ছেমিফাইনেল
ভাৰত ১৮৮/৫ (২০ অ'ভাৰ)
|
আৰু
|
|
|
|
|
- ভাৰতৰ যুৱৰাজ সিঙে প্ৰতিযোগিতাত ১১৯ মিটাৰৰ সৰ্বাধিক দূৰত্বৰ ছয় কোবায়।
ফাইনেল
ভাৰত ১৫৭/৫ (২০ অ'ভাৰ)
|
আৰু
|
|
|
|
|
তথ্যসূত্ৰ
- ↑ Soni, Paresh (24 September 2007). "ICC World Twenty20". BBC. http://news.bbc.co.uk/sport1/hi/cricket/7009035.stm. "India beat Pakistan in the World Twenty20 final by five runs to clinch their first major trophy since 1983."