১৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথ (ইংৰাজী: National Highway 153, NH 153) অৰুণাচল প্ৰদেশৰ লিডুত আৰম্ভ হৈ ভাৰত-ম্যানমাৰ সীমান্তত শেষ হৈছেগৈ। এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ মুঠ দৈৰ্ঘ্য হৈছে ৬০ কিঃমিঃ। ইয়াৰে ২০ কিঃমিঃ অসমত আৰু ৪০ কিঃমিঃ অৰুণাচল প্ৰদেশত অৱস্থিত।[1]
লগতে চাওক
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ