হেঙুল আকাশ, ক’লা চাইকেল আৰু এজন আৰোহী হীৰেন গোহাঁইৰ এখন আত্মজীৱনী।[1] হীৰেন গোহাঁইৰ সৰ্বমুঠ চাৰিখন আত্মজীৱনী আছে। এইখন আত্মজীৱনীৰ দ্বিতীয় খণ্ড। প্ৰথম প্ৰকাশ হৈছিল ২০০৭ চনত। গ্ৰন্থখনত মুঠ ৩০টা অধ্যায় আছে। গ্ৰন্থখনৰ মুঠ পৃষ্ঠা সংখ্যা-২২৪।[2] আত্মজীৱনীৰ আন খণ্ডকেইখন হৈছে: বতাহত ক’ৰ গধূলি গোপাল, সপোনৰ দিকচৌ বনত, আৰু ইমান তিতা সাগৰৰ পানী।
তথ্য সংগ্ৰহ