লক্ষ্মী দেৱী |
---|
ধন-সম্পত্তি |
লক্ষ্মী দেৱীৰ প্ৰতিমুৰ্তি |
অন্য নাম |
শ্ৰী, নাৰায়ণী, ভাৰ্গৱী, ভাগৱতী, পদ্মা, কমলা, বৈষ্ণৱী |
---|
দেৱনাগৰী |
लक्ष्मी |
---|
সংস্কৃত লিপ্যন্তৰ |
लक्ष्मी |
---|
সম্পৰ্ক |
দেৱী |
---|
নিবাস |
বৈকুণ্ঠ আৰু মণিদ্বীপ |
---|
মন্ত্ৰ |
ॐ श्रीं श्रियें नमः। ॐ श्रीं महालक्ष्म्यै नमः। ॐ श्री महालक्ष्म्यै नमः। |
---|
সঙ্গী |
বিষ্ণু |
---|
সহোদৰ |
অলক্ষ্মী আৰু জ্যেষ্ঠা |
---|
আসন/বাহন |
পদ্ম আৰু হাতী |
---|
উৎসৱ |
দেৱালী (লক্ষ্মী পূজা), শৰদ পূৰ্ণিমা, বৰলক্ষ্মী ব্ৰত, নৱৰাত্ৰি, সংক্ৰান্তি[1] |
লক্ষ্মী হিন্দু ধৰ্মাৱলম্বীসকলৰ ধন, সম্পদ, উন্নতি (আধ্যাত্মিক আৰু পাৰ্থিৱ), পোহৰ, জ্ঞান, সৌভাগ্য, উৰ্বৰতা, দানশীলতা, সাহস আৰু সৌন্দৰ্যৰ দেৱী।[2] তেওঁ হিন্দু ত্ৰিদেৱী বুলি পৰিচিত পাৰ্বতী আৰু সৰস্বতীৰ মাজৰ এগৰাকী৷[3]
ব্যুৎপত্তি
লক্ষ্মী শব্দটো মূল সংস্কৃত শব্দ লক্ষ্ (সংস্কৃত: लक्ष्) আৰু লক্ষ (সংস্কৃত: लक्ष) -ৰ পৰা আহিছে৷ যাৰ অৰ্থ হৈছে- ক্ৰমান্বয়ে 'লক্ষ্য কৰা', 'দৰ্শন কৰা', 'ভালকৈ চোৱা', 'নিৰিক্ষণ কৰা'৷[4][5] লক্ষ্মীৰ মূল শব্দটোৱে নিজ লক্ষ্যক জনা আৰু বুজাটোক সূচায়।[6] ইয়াৰ সৈতে সম্পৰ্কিত আন এটা শব্দ হৈছে লক্ষণ; যাৰ অৰ্থ হৈছে- 'চিহ্নযুক্ত', 'শুভচিহ্ন যুক্ত', 'ভাগ্যবান'।[7][8]
তথ্যসূত্ৰ
বাহ্যিক সংযোগ