মাউণ্ট চিৰেমাই ৰাষ্ট্ৰীয় উদ্যান (ইংৰাজী: Mount Ciremai National Park) হৈছে ইণ্ডোনেছিয়াৰ এখন ৰাষ্ট্ৰীয় উদ্যান। উদ্যানখন ইণ্ডোনেছিয়াৰ পশ্চিম জাভাৰ চিৰেবন চহৰৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ দূৰৈত দক্ষিণ দিশত অৱস্থিত। উদ্যানখন চিৰেবনৰ দক্ষিণে, কুনিংগন ৰিজেন্সি আৰু মাজালেংকা ৰিজেন্সিলৈকে বিস্তৃত। উদ্যানখনে পশ্চিম জাভাৰ সৰ্বোচ্চ শৃংগ তথা সক্ৰিয় আগ্নেয়গিৰি মাউণ্ট চেৰেমাইক আগুৰি আছে। শিক্ষাৰ্থীৰ দল, পদযাত্ৰীৰ দল আদিয়ে প্ৰায়েই শৃংগটো বগাই যায়। যদিও এই ক্ষেত্ৰত যথেষ্ট সাৱধানতা অৱলম্বন কৰিবলগীয়া হয়।
উদ্যানখনত বিভিন্ন ধৰণৰ থলুৱা বা বিলুপ্তপ্ৰায় উদ্ভিদ আৰু প্ৰাণী পোৱা যায়[2] যাৰ ভিতৰত তলত দিয়াবোৰ অন্তৰ্ভুক্ত:
↑These are listed in the Official Letter issued by the Forestry Minister, No SK 424/Menhut-II/2004 issued on 19 October 2004 noted in the External links section below.