বড়ো ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকল

বড়ো ভাষাসাহিত্য অকাডেমি বঁটা আগবঢ়োৱা হয় ২০০৫ চনৰ পৰা।[1] প্ৰথম বাৰৰ বাবে এই বঁটা লাভ কৰে মংগলসিং হাজোৱাৰীয়ে তেওঁৰ কাব্য সংকলন "জিওনি মৗগঠাংগ বিসম্বি আৰৗ অৰোজ"-ৰ বাবে।

সাহিত্য অকাডেমি বঁটা

বিজয়ী গ্ৰন্থৰ সৈতে লেখকসকলৰ তালিকা:

বৰ্ষ বিজয়ী গ্ৰন্থ প্ৰকাৰ তথ্য
২০০৫ মংগলসিং হাজোৱাৰী জিওনি মৗগঠাংগ বিসম্বি আৰৗ অৰোজ কাব্য সংকলন [1]
২০০৬ কাতিন্দ্ৰ স্বৰ্গীয়াৰী সনমৗখংগাৰী লামাজৗঙ উপন্যাস [1]
২০০৭ জনিল কুমাৰ ব্ৰক্ষ্ম দুমফাউনি ফিঠা চুটিগল্প সংকলন [1]
২০০৮ বিদ্যাসাগক নাৰ্জাৰী বিগ্ৰৗশ্ৰীনি থুংগৰি উপন্যাস [2]
২০০৯ মনোৰঞ্জন লাহৰী দাইনী? উপন্যাস [3]
২০১০ অৰবিন্দ উজীৰ শৗদৗবনি শৗলেৰ কাব্য সংকলন [4]
২০১১ প্ৰেমানন্দ মুছাহাৰী অখাফৗৰণি দৈমা কাব্য সংকলন [5]
২০১২ গুণেশ্বৰ মুছাহাৰী বড়ো খণ্ঠাই কাব্য সংকলন [6]
২০১৩ ড° অনিল বড়ো ডেলফিনি অনথাই ম'ডাই অ'ৰ' গুবুন গুবুন খন্‌থাই কাব্য সংকলন [7]
২০১৪ উৰ্খাউ গৌড়া ব্ৰহ্ম উদাংনিফ্ৰাই গিডিংফিন্নানেই কাব্য সংকলন
২০১৫ ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্ম বায়দি দেংখো বায়দি গাব কাব্য সংকলন
২০১৬ অঞ্জলী নাৰ্জাৰী অং মাবৰৈ ডং দাচং কাব্য সংকলন
২০১৭ ৰীতা বড়ো থৈচাম উপন্যাস [8]
২০১৮ ঋতুৰাজ বসুমতাৰী দোংসে লামা গল্প সংকলন [9]
২০১৯ ফুকন চন্দ্ৰ বসুমতাৰী আখাই আথুমনিফ্ৰায় কাব্য সংকলন [10]
২০২০ ধৰণীধৰ অৱাৰীdagger গথেনাই লামায়াও গৌদান আগন চুটিগল্প সংকলন [11]
২০২১ মোদাই গাহাই খৰো ছায়াও আৰ' হিমালয় কাব্য সংকলন [12]
২০২২ ৰশ্মি চৌধুৰী সানস্ৰিনি মদিৰা কাব্য সংকলন
dagger এই চিহ্নই মৰণোত্তৰভাৱে প্ৰদান কৰা সূচাইছে

অনুবাদ বঁটা

বড়ো ভাষালৈ অনুবাদ কৰা গ্ৰন্থৰ বাবে তলত উল্লেখিত লেখকসকলক সাহিত্য অকাডেমিয়ে অনুবাদ সাহিত্যিৰ বঁটা প্ৰদান কৰিছে:[13]

বৰ্ষ বিজয়ী গ্ৰন্থ মূল গ্ৰন্থ মূল ভাষা প্ৰকাৰ মূল লেখক
২০০৫ প্ৰমীলা নাৰ্জাৰী আৱনি চল' বুঢ়ী আইৰ সাধু অসমীয়া সাধু সংকলন লক্ষ্মীনাথ বেজবৰুৱা
২০০৬ ৰংগিনা দৈমাৰী গেদেৰ হাবিলা উচ্চাকাংক্ষা অসমীয়া প্ৰবন্ধ সংকলন হোমেন বৰগোহাঞি
২০০৭ অঞ্জলী দৈমাৰী আদ্ৰা লিৰনাই চানৰেব আধালেখা দস্তাবেজ অসমীয়া আত্মজীৱনী মামণি ৰয়ছম গোস্বামী
২০০৮ প্ৰদীপ ৰাজা ব্ৰহ্ম স্নি-বিফান ৰামায়ণ কৃত্তিবাস ৰামায়ণ বঙালী কাব্য সংকলন মহাকবি কৃত্তিবাস
২০০৯ গোবিন্দ নাৰ্জাৰী মৗচৌ দান গোদান হিন্দী উপন্যাস মুন্সী প্ৰেমচান্দ
২০১০ উথ্ৰিচাৰ খুঙ্গুৰ বসুমতাৰী ঈয়াৰুইঙ্গম ঈয়াৰুইঙ্গম অসমীয়া উপন্যাস বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য
২০১১ হৰি নাৰায়ণ খাকলাৰী ভল্গাফ্ৰাই গঙ্গা ভল্গা চে গঙ্গা হিন্দী উপন্যাস ৰাহুল সাংকৃত্যায়ন
২০১২ স্বৰ্ণপ্ৰভা হাইনাৰী নিজ্বিচে চুংদ' চল' ২১ চৰ্ট ষ্টৰিচ বাই ৰবীন্দ্ৰনাথ বঙালী চুটিগল্প সংকলন ৰবীন্দ্ৰনাথ ঠাকুৰ
২০১৩ গোবিন্দ বড়ো জাগৰী জাগোৰী বঙালী উপন্যাস সতীনাথ ভাদুৰী
২০১৪ চুৰৎ নাৰ্জাৰী গীতাঞ্জলি গীতাঞ্জলি বঙালী কাব্য সংকলন ৰবীন্দ্ৰনাথ ঠাকুৰ
২০১৫ ধনশিৰি স্বৰ্গীয়াৰী জাহাৰনি মৗন্থাই অৰণ্যেৰ অধিকাৰ বঙালী উপন্যাস মহাশ্বেতা দেৱী
২০১৬ বীৰহাস গিৰি বসুমতাৰী থেংফাখ্ৰী তহচিলদাৰনি থামানি থুঙৰি থেংফাখ্ৰী তহচিলদাৰৰ তামৰ তৰোৱাল অসমীয়া উপন্যাস মামণি ৰয়ছম গোস্বামী
২০১৭ গোবিন্দ বসুমতাৰী গদ্দাৰ গদ্দাৰ হিন্দী উপন্যাস কৃষ্ণ চন্দৰ
২০১৮ নবীন ব্ৰহ্ম বিনোদিনী চোখেৰ বালি বঙালী উপন্যাস ৰবীন্দ্ৰনাথ ঠাকুৰ
২০১৯ গোপীনাথ ব্ৰহ্ম[14] আৱংলাৱৰিনী ফাৱ দৈৱাথিন্তে ৱিক্ৰিতিকাল মালয়ালম উপন্যাস এম মুকুন্দন
২০২০ কামেশ্বৰ ব্ৰহ্ম[15] গিবি ভাৰতনি জাৰিমিন হিষ্ট্ৰী অৱ আৰ্লি ইণ্ডিয়া ইংৰাজী ভাষা প্ৰবন্ধ সংকলন

ৰমিলা থাপাৰ

বাল সাহিত্য পুৰস্কাৰ

২০১০ চনৰ পৰা সাহিত্য অকাডেমিয়ে বড়ো ভাষাৰ শিশু সাহিত্যিকসকললৈ বাল সাহিত্য পুৰস্কাৰ প্ৰদান কৰি আহিছে:[16]

বৰ্ষ বিজয়ী গ্ৰন্থ প্ৰকাৰ
২০১০ নবীন মল্ল বড়ো চিত্ৰকূটনি ফ্ৰাই - মাউন্ট আবু ভ্ৰমণকাহিনী
২০১১ মহেশ্বৰ নাৰ্জাৰী পুৰাণনি চল' ফিথিখা (২টা খণ্ড) চুটিগল্প সংকলন
২০১২ হৰিচৰণ বড়ো অখ্ৰাংমা ইচিঙাও প্ৰবন্ধ সংকলন
২০১৩ যতীন্দ্ৰনাথ স্বৰ্গীয়াৰী বীৰবলনি চল' গল্প সংকলন
২০১৪ কৌশল্যা ব্ৰহ্ম গথ'চাফোৰনি ৰাও কাব্য সংকলন
২০১৫ তীৰেণ বড়ো বোখালি উপন্যাস
২০১৬ বঁটা প্ৰদান কৰা হোৱা নাই
২০১৭ ৰেণু বড়ো শিশু সাহিত্যলৈ কৰা সামগ্ৰিক অৱদানৰ বাবে
২০১৮ সীতাৰাম বসুমতাৰী গথ' গথাইনি চল'বাথা চুটিগল্প সংকলন
২০১৯ লক্ষ্মীনাথ ব্ৰহ্ম চল'বাথা খৌনাচং দে লোককথা সংকলন
২০২০ অজিত বড়ো গথচা বিচম্বি ৰচনা[17]
২০২১ ৰত্নেশ্বৰ নাৰ্জাৰী ডিখুৰা ছোলোবাথা শিশু গ্ৰন্থ

যুৱা পুৰস্কাৰ

২০১১ চনৰ পৰা সাহিত্য অকাডেমিয়ে বড়ো ভাষাৰ উদীয়মান যুৱ সাহিত্যিকসকললৈ যুৱা পুৰস্কাৰ প্ৰদান কৰি আহিছে:[18]

বৰ্ষ বিজয়ী গ্ৰন্থ প্ৰকাৰ
২০১১ জয়শ্ৰী বড়ো জিও চাহাৰানি বেদুনি
২০১২ দিগন্ত লাৱাৰী মিজিঙাও চৗমখে জৗমৗই উপন্যাস
২০১৩ চাঞ্চুমা খুঙ্গুৰ বসুমতাৰী ফেলেঙনি চাওগিৰি উপন্যাস
২০১৪ শান্তি বসুমতাৰী থৗইনিখ্ৰুইবৗ গৗজাচিন নৗংনি গাবা কাব্য সংকলন
২০১৫ লেবেন লাল মুছাহাৰী খৗমচি হাৰ্ণি আলাৰি চুটিগল্প সংকলন
২০১৬ বিজিত গয়াৰী খামফ্লংনাই বুব্লি কাব্য সংকলন
২০১৭ বিজিত গৌৰা ৰামচিয়াৰী গৗৰবৗনি আৰ'জ কাব্য সংকলন
২০১৮ বঁটা প্ৰদান কৰা হোৱা নাই
২০১৯ ৰুজাব মুছাহাৰী ছানস্ৰী আৰৌ মৌনদাংথিনি মৌখাং কাব্য সংকলন
২০২০ নিউটন কে. বসুমতাৰী আব'-আবৈ আৰ' আং কবিতা[19]
২০২১ গৌতম দৈমাৰী 'জিউ গানাং ছহো কাব্য সংকলন

তথ্যসূত্ৰ

  1. 1.0 1.1 1.2 1.3 "Sahitya Academi – Bodo". Literature India. Archived from the original on May 12, 2012. https://web.archive.org/web/20120512135203/http://www.literatureindia.com/2009/10/26/sahitya-academi-%E2%80%93-bodo/। আহৰণ কৰা হৈছে: December 12, 2011. 
  2. "Sahitya Akademi Awards 2008". india.gov.in. http://india.gov.in/knowindia/general_info.php?id=18। আহৰণ কৰা হৈছে: December 12, 2011. 
  3. "Sahitya Akademi Awards 2009". india.gov.in. http://india.gov.in/knowindia/general_info.php?id=19। আহৰণ কৰা হৈছে: December 12, 2011. 
  4. "Sahitya Akademi Awards 2010". india.gov.in. http://india.gov.in/knowindia/general_info.php?id=20। আহৰণ কৰা হৈছে: December 12, 2011. 
  5. "Sahitya Akademi Award 2011 announced". Sahitya Akademi. http://sahitya-akademi.gov.in/sahitya-akademi/pdf/award-2011.pdf। আহৰণ কৰা হৈছে: December 22, 2011. 
  6. "সাহিত্য অকাডেমি বঁটা ২০১২". সাহিত্য অকাডেমি. ২০ ডিচেম্বৰ, ২০১২. http://sahitya-akademi.gov.in/sahitya-akademi/pdf/sa-award2012.pdf। আহৰণ কৰা হৈছে: ২৩ ডিচেম্বৰ, ২০১২. 
  7. "সাহিত্য অকাডেমি বঁটা ২০১৩". সাহিত্য অকাডেমি. ১৮ ডিচেম্বৰ, ২০১৩. http://sahitya-akademi.gov.in/sahitya-akademi/pdf/award2013-e.pdf। আহৰণ কৰা হৈছে: ২২ ডিচেম্বৰ, ২০১৩. 
  8. "Sahitya Akademi Main Award 2017". Sahitya Akademi. http://sahitya-akademi.gov.in/sahitya-akademi/pdf/sahityaakademiawards2017.pdf। আহৰণ কৰা হৈছে: 26 December 2017. 
  9. "Sahitya Akademi Main Award 2018". Sahitya Akademi. http://sahitya-akademi.gov.in/sahitya-akademi/pdf/sahityaakademiawards2018.pdf। আহৰণ কৰা হৈছে: 6 December 2018. 
  10. শইকীয়া, কল্পজ্যোতি (১৮ ডিচেম্বৰ ২০১৯). "জয়শ্ৰী গোস্বামী মহন্ত আৰু ফুকন চন্দ্ৰ বসুমতাৰীলৈ সাহিত্য অকাডেমী বঁটা". নৰ্থ-ইষ্ট নাও. https://assam.nenow.in/sahitya-academy-award-to-assam-writer-joyshree-goswami-and-phukan-ch-basumatary/। আহৰণ কৰা হৈছে: ১৯ ডিচেম্বৰ ২০১৯. 
  11. "সাহিত্য অকাডেমি বঁটা ২০২০". সাহিত্য অকাডেমি. ১২ মাৰ্চ, ২০১২. http://sahitya-akademi.gov.in/pdf/sahityaakademiawards2020.pdf। আহৰণ কৰা হৈছে: ১২ মাৰ্চ, ২০১২. 
  12. "Sahitya Akademi Main Award 2021". Sahitya Akademi. http://sahitya-akademi.gov.in/sahitya-akademi/pdf/sahityaakademiawards2021.pdf। আহৰণ কৰা হৈছে: 1 January 2022. 
  13. "অকাডেমি অনুবাদ বঁটা". সাহিত্য অকাডেমি. http://sahitya-akademi.gov.in/awards/anuvad_samman_suchi.jsp#BODO। আহৰণ কৰা হৈছে: ৩১ জানুৱাৰী ২০১৯. 
  14. "নৱ কুমাৰ সন্দিকৈ, গোপীনাথ ব্ৰহ্মলৈ সাহিত্য অকাদেমিৰ অনুবাদ বঁটা". জনসাধাৰণ. ২৫ ফেব্ৰুৱাৰী ২০২০. Archived from the original on 2020-02-26. https://web.archive.org/web/20200226114440/https://janambhumi.in/VGtSRk5FNUVhejA9/%25E0%25A6%25A8%25E0%25A7%25B1-%25E0%25A6%2595%25E0%25A7%2581%25E0%25A6%25AE%25E0%25A6%25BE%25E0%25A7%25B0-%25E0%25A6%25B8%25E0%25A6%25A8%25E0%25A7%258D%25E0%25A6%25A6%25E0%25A6%25BF%25E0%25A6%2595%25E0%25A7%2588,-%25E0%25A6%2597%25E0%25A7%258B%25E0%25A6%25AA%25E0%25A7%2580%25E0%25A6%25A8%25E0%25A6%25BE%25E0%25A6%25A5-%25E0%25A6%25AC%25E0%25A7%258D%25E0%25A6%25B0%25E0%25A6%25B9%25E0%25A7%258D%25E0%25A6%25AE%25E0%25A6%25B2%25E0%25A7%2588-%25E0%25A6%25B8%25E0%25A6%25BE%25E0%25A6%25B9%25E0%25A6%25BF%25E0%25A6%25A4%25E0%25A7%258D%25E0%25A6%25AF-%25E0%25A6%2585%25E0%25A6%2595%25E0%25A6%25BE%25E0%25A6%25A6%25E0%25A7%2587%25E0%25A6%25AE%25E0%25A6%25BF%25E0%25A7%25B0-%25E0%25A6%2585%25E0%25A6%25A8%25E0%25A7%2581%25E0%25A6%25AC%25E0%25A6%25BE%25E0%25A6%25A6-%25E0%25A6%25AC%25E0%25A6%2581%25E0%25A6%259F%25E0%25A6%25BE.html। আহৰণ কৰা হৈছে: ২৬ ফেব্ৰুৱাৰী ২০২০. 
  15. "অসমৰ দুজন সাহিত্যিকলৈ সাহিত্য একাডেমীৰ অনুবাদ সাহিত্য বঁটা". নৰ্থ ইষ্ট নাও. ১৯ ছেপ্টেম্বৰ ২০২১. https://assam.nenow.in/2-writers-from-assam-receive-sahitya-akademi-award-2020-for-translation/। আহৰণ কৰা হৈছে: ১ জানুৱাৰী ২০২২. 
  16. "বাল সাহিত্য পুৰস্কাৰ". সাহিত্য অকাডেমি. http://sahitya-akademi.gov.in/awards/bal%20sahitya%20samman_suchi.jsp। আহৰণ কৰা হৈছে: ৩১ জানুৱাৰী ২০১৯. 
  17. "সাহিত্য অকাডেমি বাল সাহিত্য পুৰস্কাৰ ২০২০". সাহিত্য অকাডেমি. ১২ মাৰ্চ, ২০১২. http://sahitya-akademi.gov.in/pdf/Pressrelease_BSP-2020.pdf। আহৰণ কৰা হৈছে: ১২ মাৰ্চ, ২০১২. 
  18. "যুৱা পুৰস্কাৰ". সাহিত্য অকাডেমি. http://sahitya-akademi.gov.in/awards/yuva_samman_suchi.jsp। আহৰণ কৰা হৈছে: ৩১ জানুৱাৰী ২০১৯. 
  19. "সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ ২০২০". সাহিত্য অকাডেমি. ১২ মাৰ্চ, ২০১২. http://sahitya-akademi.gov.in/pdf/Pressrelease_YP-2020.pdf। আহৰণ কৰা হৈছে: ১২ মাৰ্চ, ২০১২.