প্ৰবীণ কুমাৰ (ইংৰাজী: Praveen Kumar; ১৫ মে' ২০০৩, নয়ডা, উত্তৰ প্ৰদেশ)[1] এজন ভাৰতীয় পেৰা হাই জাম্প এথলীট। তেওঁ ২০২১ চনত অনুষ্ঠিত টকিঅ' ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰি ২.০৭ মিটাৰ অতিক্ৰম কৰি পুৰুষৰ হাই জাম্প টি৬৪ শ্ৰেণীত ৰূপৰ পদক অৰ্জন কৰিছিল।[2][3][4] তেওঁ মতিলাল নেহৰু মহাবিদ্যালয়ৰ স্নাতক শিক্ষাৰ্থী।[5]
তথ্য সংগ্ৰহ
|
---|
| স্বৰ্ণ পদক | |
---|
| ৰূপৰ পদক | |
---|
| ব্ৰঞ্জৰ পদক | |
---|
|