নীলফামাৰী জিলা হৈছে বাংলাদেশৰ উত্তৰে অৱস্থিত ৰংপুৰ বিভাগৰ এখন জিলা। ভাৰতৰ সীমাত থকা এই জিলাখন ছখন উপজিলাত ভাগ কৰা হৈছে। নীলফামাৰী এই জিলাৰ সদৰ।
ভৌগোলিক অৱস্থিতি
নীলফামাৰী জিলাৰ চাৰিসীমা হ'ল: উত্তৰে ভাৰতৰ পশ্চিমবঙ্গ ৰাজ্যৰ জলপাইগুড়ি জিলা, দক্ষিণে দিনাজপুৰ আৰু ৰংপুৰ জিলা, পূবে লালমনিৰহাট জিলা, আৰু পশ্চিমে পঞ্চগড় আৰু ঠাকুৰগঞ্জ জিলা। জিলাখনৰ মাটিকালি মুঠ ১৬৪৩.৪০ বৰ্গকিলোমিটাৰ।
জনগাঁথনি
২০১১ চনৰ লোকপিয়ল অনুসৰি এই জিলাৰ মুঠ জনসংখ্যা ১৯,০৭,৪৯৭ জন।[1]
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ