air potato
|
|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
|
ৰাজ্য:
|
Plantae
|
(অশ্ৰেণীকৃত):
|
Angiosperms
|
(অশ্ৰেণীকৃত):
|
Monocots
|
বৰ্গ:
|
Dioscoreales
|
পৰিয়াল:
|
Dioscoreaceae
|
গণ:
|
Dioscorea
|
প্ৰজাতি:
|
D. bulbifera
|
বৈজ্ঞানিক নাম
|
Dioscorea bulbifera L.
|
সমাৰ্থক[1]
|
- Helmia bulbifera (L.) Kunth
- Polynome bulbifera (L.) Salisb.
- Dioscorea sylvestris De Wild.
- Dioscorea tamifolia Salisb.
- Dioscorea crispata Roxb.
- Dioscorea heterophylla Roxb.
- Dioscorea pulchella Roxb.
- Dioscorea tenuiflora Schltdl.
- Dioscorea latifolia Benth.
- Dioscorea hoffa Cordem.
- Dioscorea hofika Jum. & H.Perrier
- Dioscorea anthropophagorum A.Chev.
- Dioscorea longipetiolata Baudon
- Dioscorea rogersii Prain & Burkill
- Dioscorea korrorensis R.Knuth
- Dioscorea perrieri R.Knuth
|
কাঠ আলু (বৈজ্ঞানিক নাম Dioscorea bulbifera) হল ডাইয়োস্কোৰিয়াছী (Dioscoreaceae) পৰিয়ালৰ এবিধ লতাজাতীয় বহুবৰ্ষী উদ্ভিদ। ইয়াক সংস্কৃত ভাষাত ৱৰাহী, মালায়ালামত কাচিল আৰু মাৰাঠীত দুক্কৰ কান্দ বুলিও জনা জায়। কাঠ আলু আফ্ৰিকা, দক্ষিণ এছিয়া (ভাৰত, চীনদেশ, জাপান, ফিলিপাইন্ছ, ইন্দোনেছিয়া আদি) আৰু অষ্ট্ৰেলিয়াৰ উত্তৰ অঞ্চল আদিত স্থানীয়ভাৱে পোৱা যায়। তদুপৰি আমেৰিকা যুক্তৰাষ্ট্ৰ প্ৰভৃত্তি অন্যান্য অঞ্চলতো ইয়াৰ খেতি কৰা হয়। [1]
তথ্য সংগ্ৰহ