ইউৰো
ইউৰো
২০১৫ চনৰ ইউৰো বেংকনোট
ISO 4217 ক’ড
EUR (num. 978)
কেন্দ্ৰীয় বেঙ্ক
ইউৰোপিয়ান চেণ্ট্ৰেল বেংক
ৱেবছাইট
[http://www .ecb .europa .eu www .ecb .europa .eu ]
ব্যৱহাৰকাৰী
একপক্ষীয় ব্যৱহাৰকাৰী (৩)
মুদ্ৰাস্ফীতি
-০.৬% (জানুৱাৰী ২০১৫)
উৎস
জানুৱাৰী ২০১৪[ 1]
পদ্ধতি
HICP
বিনিময় হাৰ
Bosnia & Herz. convertible mark
বুলগেৰিয়ান লেভ
কেপ ভাৰ্ডিয়ান এচকিউদ’
মধ্য আফ্ৰিকান চি এফ এ ফ্ৰাঁ
চি এফ পি ফ্ৰাঁ
ক’মৰিয়ান ফ্ৰাঁ
দানিছ ক্ৰ’ন (±২.২৫%)
মৰক্কান ডিৰহাম
চাও টোম আৰু প্ৰিন্সিপি ডোবৰা
পশ্চিম অফ্ৰিকান চি এফ এ ফ্ৰাঁ
উপ একক
১⁄১০০
চেণ্ট
চিহ্ন
€
আন নাম
একক মুদ্ৰা[ 2]
ধাতব মুদ্ৰা
১ চেণ্ট, ২ চেণ্ট, ৫ চেণ্ট, ১০ চেণ্ট, ২০ চেণ্ট, ৫০ চেণ্ট, €১, €২
কাগজী মুদ্ৰা
€৫, €১০, €২০, €৫০, €১০০, €২০০, €৫০০
ইউৰো (চিহ্ন: € ; কোড: EUR ) হৈছে ইউৰোপিয়ান ইউনিয়ন ৰ ২৮খন সদস্য ৰাষ্ট্ৰৰ ১৯ খনেৰে গঠিত ইউৰোমণ্ডলৰ আনুষ্ঠানিক মুদ্ৰা। ইউৰোমণ্ডলৰ অন্তৰ্গত দেশসমূহ হৈছে অষ্ট্ৰিয়া , বেলজিয়াম , চাইপ্ৰাছ , এষ্ট’নিয়া , ফিনলেণ্ড , ফ্ৰান্স , জাৰ্মানী , গ্ৰীচ , আয়াৰলেণ্ড , ইটালী , লেটভিয়া , লিথুৱেনিয়া , লাক্সেমবাৰ্গ , মালটা ,নেদাৰলেণ্ড , পৰ্তুগাল , স্ল’ভাকিয়া , স্ল’ভেনিয়া , আৰু স্পেইন .[ 3] [ 4] ইউৰোপিয়ান ইউনিয়নৰ বিভিন্ন সংগঠনসমূহৰ লগতে আন চাৰিখন ইউৰোপিয়ান দেশেও আনুষ্ঠানিকভাৱে ইউৰোৰ ব্যৱহাৰ কৰে।[ 5] ইউৰোপ ৰ বাহিৰে ইউনিয়নৰ সদস্য ৰাষ্ট্ৰৰ শাসনাধীন অঞ্চলবিশেষে ইউৰোৰ প্ৰচলন আছে।
ইয়াৰোপৰি, ২০১৩ চনৰ হিচাপমতে সমগ্ৰ বিশ্বৰ ২১০ মিলিয়ন লোকে ইউৰোৰ সৈতে সংযুক্ত মুদ্ৰা ব্যৱহাৰ কৰে। ইউৰো বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ সঞ্চিত মুদ্ৰা হোৱাৰ লগতে বাণিজ্যিক ব্যৱহাৰৰ ক্ষেত্ৰত ই দ্বিতীয় স্থানত আছে।[ 6] [ 7] [ 8]
২০১৪ চনত €৯৯৫,০০০,০০০,০০০ কৈয়ো অধিক পৰিমাণৰ প্ৰচলনেৰে ইউৰো মুঠ প্ৰচলিত বেংকনোট আৰু মোহৰৰ মূল্যৰ হিচাপত আমেৰিকান ডলাৰ ক অতিক্ৰম কৰি প্ৰথম স্থানত আছিল। [ note 18]
আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি য়ে ২০০৮ চনত সদৰি কৰা হিচাপমতে মুঠ ঘৰুৱা উৎপাদন আৰু বিভিন্ন মুদ্ৰাৰ তুলনামূলক ক্ৰয় ক্ষমতাৰ ভিত্তিত ইউৰোমণ্ডল বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ অৰ্থনীতি।[ 9]
১৯৯৫ চনৰ ১৬ ডিচেম্বৰত ইউৰো নামটো আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা হয়।[ 10] বিশ্বৰ বিত্তীয় বজাৰলৈ ইউৰোৰ আগমণ ঘটে ১৯৯৯ চনৰ ১ জানুৱাৰীত। কিন্তু মোহৰ আৰু বেংক নোটসমূহৰ প্ৰকৃতাৰ্থত প্ৰচলন ঘটে ২০০২ চনৰ ১ জানুৱাৰীৰ পৰাহে।[ 11] ২০০০ চনত €১=$০.৮২৫২ হোৱাৰ বিপৰীতে ২০০৮ চনলৈ এই মূল্য হয়গৈ €১=$১.৬০৩৮[ 12] গ্ৰীচৰ দেনা আৰু স্পেইনৰ বিপদাপন্ন বেংকিং খণ্ডৰ বাবে ২০১২ চনৰ জুলাইত ইউৰোৰ মূল্য $১.২১ লৈ অৱনমিত হয়।[ 13] ২০১৫ চনৰ জুন মাহত ১ ইউৰোৰ মূল্য হয়গৈ $১.১০[ 14]
টোকাসমূহ
↑ তুৰ্কী লিৰা ব্যৱহাৰ কৰা উত্তৰ চাইপ্ৰাছৰ বাদে
↑ বৈদেশিক বিভাগসমূহক ধৰি
↑ চুইছ ফ্ৰাঁ ব্যৱহাৰ কৰা কেপিয়ন ডি ইটালিয়াৰ বাদে
↑ দেশখনৰ ইউৰোপিয়ান ইউনিয়ন ত অন্তৰ্ভুক্ত ভাগটোৱেহে ইউৰো ব্যৱহাৰ কৰে। কেৰিবিয়ান নেদাৰলেণ্ডে ২০১১ চনৰ পৰা আমেৰিকান ডলাৰ ব্যৱহাৰ কৰি আহিছে।
↑ "Monetary Agreement between the European Union and the Principality of Andorra" . Official Journal of the European Union . 17 December 2011. http://eur-lex.europa.eu/LexUriServ/LexUriServ.do?uri=OJ:C:2011:369:0001:0013:EN:PDF । আহৰণ কৰা হৈছে: 2012-09-08 .
↑ "By monetary agreement between France (acting for the EC) and Monaco" . http://eur-lex.europa.eu/LexUriServ/LexUriServ.do?uri=OJ:L:2002:142:0059:0073:EN:PDF । আহৰণ কৰা হৈছে: 30 May 2010 .
↑ "By monetary agreement between Italy (acting for the EC) and San Marino" . http://eur-lex.europa.eu/LexUriServ/LexUriServ.do?uri=OJ:C:2001:209:0001:0004:EN:PDF । আহৰণ কৰা হৈছে: 30 May 2010 .
↑ "By monetary agreement between Italy (acting for the EC) and Vatican City" . http://eur-lex.europa.eu/LexUriServ/LexUriServ.do?uri=OJ:C:2001:299:0001:0004:EN:PDF । আহৰণ কৰা হৈছে: 30 May 2010 .
↑ "By the third protocol to the Cyprus adhesion Treaty to EU and British local ordinance" (PDF). http://www.sba.mod.uk/SBA%20Legislation/Ord%202007/Euro%20Ordinance%202007.pdf । আহৰণ কৰা হৈছে: 17 July 2011 .
↑ "By agreement of the EU Council" . http://eur-lex.europa.eu/LexUriServ/LexUriServ.do?uri=OJ:L:1999:030:0029:0030:EN:PDF । আহৰণ কৰা হৈছে: 30 May 2010 .
↑ "By UNMIK administration direction 1999/2" . Unmikonline.org. http://www.unmikonline.org/regulations/admdirect/1999/089%20Final%20%20ADE%201999-02.htm । আহৰণ কৰা হৈছে: 30 May 2010 .
↑ See Montenegro and the euro
↑ "In Zimbabwe there are nine currencies, amongst others the euro and the US dollar" . uselessk.com. http://uselessk.com/facts/in-zimbabwe-there-are-nine-official-currencies-amongst-others-the-euro-and-the-us-dollar । আহৰণ কৰা হৈছে: 29 May 2014 .
↑ "Currently, the South African rand, Botswana pula, pound sterling, euro, and the United States dollar are all in use" . geocurrents.info. http://www.geocurrents.info/geonotes/and-the-currency-of-zimbabwe-is । আহৰণ কৰা হৈছে: 29 May 2014 .
↑ "Euro is widely used alongside Turkish Lira" . BBC News. http://news.bbc.co.uk/2/hi/europe/7165622.stm । আহৰণ কৰা হৈছে: 29 May 2014 .
↑ "Most places in North Cyprus will accept euros" . Telegraph. http://www.telegraph.co.uk/travel/destinations/europe/cyprus/9175684/Cyprus-a-true-experience-in-north-and-south.html । আহৰণ কৰা হৈছে: 29 May 2014 .
↑ "Multi-currency settlement system introduced in LNR" . http://news.rin.ru/eng/news///98224/ । আহৰণ কৰা হৈছে: 25 March 2015 .
↑ ২৬ এপ্ৰিল ২০১৩ (2013 -04-26 ) অনুসৰি[update] :
Total EUR currency (coins and banknotes) in circulation 771.5 (banknotes) + 21.032 (coins) =792.53 billion EUR * 1.48 (exchange rate) = 1,080 billion USD
Total USD currency (coins and banknotes) in circulation 859 billion USD
"Table 2: Euro banknotes, values (EUR billions, unless otherwise indicated, not seasonally adjusted)" (PDF). European Central Bank. https://stats.ecb.europa.eu/stats/download/bkn_notes_val/bkn_notes_val/bkn_notes_val.pdf । আহৰণ কৰা হৈছে: 13 December 2009 . "2009, October: Total banknotes: 771.5 (billion EUR)"
"Table 4: Euro coins, values (EUR millions, unless otherwise indicated, not seasonally adjusted)" (PDF). European Central Bank. https://stats.ecb.europa.eu/stats/download/bkn_coins_val/bkn_coins_val/bkn_coins_val.pdf । আহৰণ কৰা হৈছে: 13 December 2009 . "2009, October: Total coins: 21,032 (million EUR)"
"Money Stock Measures" . Federal Reserve Statistical Release . Board of Governors of the Federal Reserve System. http://federalreserve.gov/releases/h6/current/h6.htm । আহৰণ কৰা হৈছে: 13 December 2009 . "Table 5: Not Seasonally Adjusted Components of M1 (Billions of dollars), not seasonally adjusted, October 2009: Currency: 859.3 (billion USD)"
"Euro foreign exchange reference rates" . European Central Bank. http://www.ecb.europa.eu/stats/eurofxref/eurofxref-hist-90d.xml । আহৰণ কৰা হৈছে: 13 December 2009 . "Exchange rate 2009-10-30: 1 EUR = 1.48 USD"
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ