এই প্ৰবন্ধটোক
অসমীয়া জাতি নামৰ প্ৰবন্ধৰ সৈতে খেলি-মেলি নকৰে যেন।
অসমৰ জনগনই বহুজাতিক, বহুভাষিক আৰু বহুধৰ্মীয় সমাজত বাস কৰে। তেওঁলোকে চাৰিটা মুখ্য ভাষা গোটৰ ভাষা কয়: তিব্বত-বৰ্মীয়, ইন্দো-আৰ্য, টাই-কাদাই, আৰু অষ্ট্ৰোচিয়াটিক। বৃহৎ সংখ্যক জাতিগত আৰু ভাষিক গোট, জনসংখ্যাৰচনা ইয়াক "ক্ষুদ্ৰ ৰূপত ভাৰত" বুলি কোৱা হৈছেে।