অসমীয়া সাহিত্যৰ ৰূপৰেখা হৈছে মহেশ্বৰ নেওগৰ দ্বাৰা ৰচিত অসমীয়া ভাষা-সাহিত্য-সংস্কৃতি বিষয়ক এখন সংক্ষিপ্ত বুৰঞ্জীসদৃশ গ্ৰন্থ৷[1] গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হয় ১৯৬২ চনৰ অক্টোবৰত৷ গ্ৰন্থখনৰ ত্ৰয়োদশ তাঙৰণটো প্ৰকাশ কৰিছে চন্দ্ৰ প্ৰকাশে৷ এই সংস্কৰণটোত মুঠ ১৬ টা অধ্যায় আছে৷ মুঠ পৃষ্ঠা সংখ্যা ৪০০ টা।
বাহ্যিক সংযোগ
- ↑ Dr. Maheswar Neog. Name: Asomiya Sahityar Ruprekha. http://www.ltkcollegedigitallibrary.com/readbook/booksingle.php?id=206. [সংযোগবিহীন উৎস]