অসমীয়া জাতীয় অভিধান |
---|
লেখক |
{{{author}}} |
---|
দেশ |
অসম, ভাৰত |
---|
ভাষা |
অসমীয়া |
---|
বিষয় |
অভিধান |
---|
প্ৰকাশক |
অসম জাতীয় প্ৰকাশ |
---|
প্ৰকাশ |
২০১০ |
---|
মিডিয়া প্ৰকাৰ |
মুদ্ৰণ |
অসমীয়া জাতীয় অভিধান এখন সামুদায়িক অভিধান[1]। ইয়াত গোৱালপৰীয়া, কামৰূপী, দৰঙী আদি অসমীয়া ভাষাৰ সকলোবোৰ উপভাষা আৰু সিবোৰৰ ঠাল-ঠেঙুলিবোৰৰ শব্দবোৰো সংকলিত হৈছে। ইয়াত চৰ অঞ্চল অৰু চাহ বাগিচাৰ (চাদ্ৰী) ভাষাৰো বহু শব্দ অন্তৰ্ভুক্ত কৰা হৈছে। এই অভিধানত জনজাতীয়, অনা-সংস্কৃতমূলৰ পৰা অহা শব্দবোৰও যথোচিত গুৰুত্ব পাইছে।
তথ্য সংগ্ৰহ