অসম জাতীয় বিদ্যালয় |
---|
প্ৰতিক চিহ্ন |
মূলমন্ত্ৰ |
কৰ্ম মোৰ সংস্কৃতি |
---|
স্থাপিত |
১ জানুৱাৰী, ১৯৯৪[1] |
---|
ধৰণ |
ব্যক্তিগত |
---|
ধৰ্মীয় ভুক্তি |
চেবা আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ |
---|
স্থান |
নুনমাটী, অসম,, ভাৰত |
---|
ৱেবছাইট |
www.assamjatiyabidyalay.com |
অসম জাতীয় বিদ্যালয়, নুনমাটী (ইংৰাজী: Assam Jatiya Bidyalaya) এখন ব্যক্তিগত খণ্ডৰ অসমীয়া মাধ্যমৰ বিদ্যালয়। কামৰূপ জিলাৰ নুনমাটী অঞ্চলত থকা এইখন এখন উচ্চ শিক্ষা প্ৰতিষ্ঠান। এই বিদ্যালয়খন ১৯৯৪ চনৰ ১ জানুৱাৰী তাৰিখে ‘অসম জাতীয় বিদ্যালয় শিক্ষা আৰু আৰ্থ সামাজিক ন্যাস’ৰ দ্বাৰা স্থাপন কৰা হয়।[1]
তথ্যসূত্ৰ
- ↑ 1.0 1.1 "অসম জাতীয় বিদ্যালয়". অসম জাতীয় বিদ্যালয়. Archived from the original on 28 September 2020. https://web.archive.org/web/20200928190718/https://www.infinitecourses.com/School-Details.aspx?School=Asom-Jatiya-Vidyalaya&SchoolID=1033। আহৰণ কৰা হৈছে: 16 June 2022.