ৰাজহুৱা ক্ষেত্ৰ বুলিলে সেইবোৰ কাৰ্যক বুজায় যিবোৰৰ একছেতিয়া অধিকাৰ স্বত্বৰ ম্যাদ শেষ[1] বা বাজেয়াপ্ত[2] অথবা অপ্ৰযোজ্য হৈছে।[3] উদাহৰণস্বৰূপে, শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ কৰ্ম, আৰু চলচ্চিত্ৰ ইতিহাসৰ আৰম্ভণিৰ অধিকাংশ নিৰ্বাক চলচ্চিত্ৰ, বৰ্তমান ৰাজহুৱা ক্ষেত্ৰৰ অধীন, আৰু স্বত্বাধিকাৰ আইন কাৰ্যকৰীৰ পূৰ্বৰ সৃষ্ট সকলো কৰ্ম ইয়াৰ আওতাত পৰে।[1]
তথ্য সংগ্ৰহ
বহিঃসংযোগ