যি চতুৰ্ভূজৰ চাৰিডাল বাহু সমান আৰু দুই বিপৰীতযোৰ কোণ সমান তাকেই ৰম্বাছ (Rhombus) বোলা হয়।
ৰম্বাছৰ পৰিসীমা নিৰ্ণয়ৰ সূত্ৰ হৈছে P = 4. s i d e {\displaystyle P=4.side}
সেই অনুসৰি 5 cm বাহু দৈঘ্যৰ এটা ৰম্বাছৰ পৰিসীমা হ'ব 4.5 c m = 20 c m {\displaystyle 4.5cm=20cm}
ইয়াৰ ক্ষেত্ৰফল হৈছে A = b . h {\displaystyle A=b.h} য'ত b = ভূমি আৰু h = উন্নতি