হৃদয় কঁপোৱা গান (ইংৰাজী:Hriday Kapowa Gaan) ২০০৪[1] চনত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ পৰিচালনা আৰু সংগীত পৰিচালনা জয়ন্ত নাথৰ। মুখ্য চৰিত্ৰত অভিনয় কৰে যতীন বৰা, প্ৰস্তুতি পৰাশৰ, নিপন গোস্বামী ইত্যাদি।[2] [3]
অভিনয়ত
সংগীত
হৃদয় কঁপোৱা গান |
---|
চলচ্চিত্ৰ সংগীত |
---|
মুক্তি |
নৱেম্বৰ ২০০৩ |
---|
ভাষা |
অসমীয়া |
---|
লেবেল |
ময়ুৰ কেছেটছ্ |
---|
জয়ন্ত নাথ কালক্ৰম |
---|
|
চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা জয়ন্ত নাথৰ। গীতসমূহত কণ্ঠ নিগৰাইছিল জুবিন গাৰ্গ, কুমাৰ চানু, বিনোদ ৰাথোৰ, মহালক্ষ্মী আয়াৰ, কল্পনা পাটোৱাৰী, শান্তা উজীৰ, শাশ্বতী ফুকন, পবিত্ৰ মাৰ্ঘেৰিটা, মিন্তুমণি শইকীয়া, জয়া ইৰাণী, মহেন্দ্ৰ হাজৰিকা আৰু জয়ন্ত নাথে। এলবামটিত মুঠ ৮টি গীত সন্নিবিষ্ট আছে।[4]
|
|
1. |
"কোনে মন" | জুবিন গাৰ্গ, শাশ্বতী ফুকন |
4:05 |
2. |
"হৰিণী নয়না" | বিনোদ ৰাথোৰ, কল্পনা পাটোৱাৰী |
5:24 |
3. |
"পাই হেৰুৱালোঁ" | শান্তা উজীৰ |
2:03 |
4. |
"মোৰ হৃদয়ৰ" | কুমাৰ চানু, মহালক্ষ্মী আয়াৰ |
5:01 |
5. |
"বুজাব নোৱাৰোঁ" | শান্তা উজীৰ, পবিত্ৰ মাৰ্ঘেৰিটা |
3:17 |
6. |
"মিলিত কণ্ঠে" | মহেন্দ্ৰ হাজৰিকা, জয়ন্ত নাথ, মিন্তুমণি শইকীয়া, জয়া ইৰাণী |
4:08 |
7. |
"আহ ঐ আহ ঐ" | মহেন্দ্ৰ হাজৰিকা, জয়ন্ত নাথ, মিন্তুমণি শইকীয়া, জয়া ইৰাণী |
3:43 |
8. |
"গুণগুণ" | জুবিন গাৰ্গ, মহালক্ষ্মী আয়াৰ |
3:48 |
তথ্যসূত্ৰ
- ↑ "List of Assamese films of the 2000s". Wikipedia. https://en.wikipedia.org/wiki/List_of_Assamese_films_of_the_2000s। আহৰণ কৰা হৈছে: ১৭ মে' ২০১৯.
- ↑ "Hriday Kapowa gaan". Revolvy. https://www.revolvy.com/page/Hriday-Kapowa-Gaan। আহৰণ কৰা হৈছে: ১৭ মে' ২০১৯.
- ↑ "Hridoy Kapowa Gaan | 2004 | Assamese Film". Magical Assam. https://www.magicalassam.com/2018/07/hridoy-kapowa-gaan-full-assamese-film.html। আহৰণ কৰা হৈছে: ১৭ মে' ২০১৯.
- ↑ "Hriday Kapowa Gaan (2004)". Music India Online. Archived from the original on 2019-03-22. https://web.archive.org/web/20190322174634/https://mio.to/album/Hriday+Kapowa+Gaan+%282004%29। আহৰণ কৰা হৈছে: ১৭ মে' ২০১৯.
বাহ্যিক সংযোগ
হৃদয় কঁপোৱা গান - IMDb
|
---|
| দশক | | |
---|
| চলচ্চিত্ৰ পৰিচালক | |
---|
| সঙ্গীত পৰিচালক | |
---|
| অভিনেতা | |
---|
| অভিনেত্ৰী | |
---|
| অন্য বিষয় | |
---|
| |
|