শ্ৰেণী:পাকঘৰ

যি ঘৰত ৰন্ধন কাৰ্য্য কৰা হয় সেয়ে পাকঘৰ৷ অসমীয়া সমাজত পাকঘৰ এটাই ৰীতি-নীতি আৰু সংস্কৃতিৰ বাৰ্তা বহন কৰে৷ ইয়াত ৰন্ধন কাৰ্য্যৰ লগত ব্যৱহৃত সামগ্ৰীসমূহ ৰখা হয় আৰু বিভিন্ন প্ৰকাৰৰ ৰন্ধন কাৰ্য্য কৰা হয়৷